• Home
  • »
  • News
  • »
  • assam
  • »
  • সুৰাপায়ীসকলৰ বাবে দুঃখবৰ ! ৰাজ্যত বাঢ়িব সুৰাৰ দাম, ৬৫ শতাংশলৈকে দাম বৃদ্ধি ...

সুৰাপায়ীসকলৰ বাবে দুঃখবৰ ! ৰাজ্যত বাঢ়িব সুৰাৰ দাম, ৬৫ শতাংশলৈকে দাম বৃদ্ধি ...

সুৰাপায়ীৰ বাবে দুঃখবৰ, অসমত বৃদ্ধি সুৰাৰ মূল্য। ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। ১২ দিন পাছৰ পৰা ১৫জুনৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য।

  • Share this:

ইণ্ডিয়া মেড স্পিৰিটৰ ৰেগুলাৰ ব্ৰেণ্ডৰ বটলত কমেও ৯২ টকাকৈ বৃদ্ধি। জেনেৰেল ব্ৰেণ্ডৰ প্ৰতিবটলত বৃদ্ধি কমেও ৮০ টকাকৈ। এলিজেণ্ট ব্ৰেণ্ডৰ মূল্য প্ৰতি বটলত কমেও ১৪২ টকাকৈ বৃদ্ধি। ক্লাছিক প্ৰিমিয়াম ব্ৰেণ্ডৰ সুৰাৰ মূল্য প্ৰতি বটলত কমেও ৩৫০ টকাকৈ বৃদ্ধি। ৰাজ্যত আবকাৰী বিভাগে প্ৰকাশ কৰিলে ৰাজপত্ৰিত জাননী
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি