সুৰাপায়ীৰ বাবে দুঃখবৰ, অসমত বৃদ্ধি সুৰাৰ মূল্য। ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। ১২ দিন পাছৰ পৰা ১৫জুনৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য।

ইণ্ডিয়া মেড স্পিৰিটৰ ৰেগুলাৰ ব্ৰেণ্ডৰ বটলত কমেও ৯২ টকাকৈ বৃদ্ধি। জেনেৰেল ব্ৰেণ্ডৰ প্ৰতিবটলত বৃদ্ধি কমেও ৮০ টকাকৈ। এলিজেণ্ট ব্ৰেণ্ডৰ মূল্য প্ৰতি বটলত কমেও ১৪২ টকাকৈ বৃদ্ধি। ক্লাছিক প্ৰিমিয়াম ব্ৰেণ্ডৰ সুৰাৰ মূল্য প্ৰতি বটলত কমেও ৩৫০ টকাকৈ বৃদ্ধি। ৰাজ্যত আবকাৰী বিভাগে প্ৰকাশ কৰিলে ৰাজপত্ৰিত জাননী
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|