শীঘ্ৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফলৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে।
শীঘ্ৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফলৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে।
৩০ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। প্ৰলয়ংকৰী বানৰ বাবে কিছু বিলম্ব হৈছে ফলাফল ঘোষণাত। অৱশ্যে এইপৰ্যন্ত ফলাফলৰ তাৰিখ ঘোষণা কৰা নাই AHSEC-এ। শীঘ্ৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফলৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|