
ৰহন গোহাঁই গাঁৱৰ ছাত্ৰীগৰাকীয়ে চাৰিখন কাকতত অনুত্তীৰ্ণ হয়। ছাত্ৰীগৰাকীৰ দেহৰ ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হৈছে এই ঘটনাত৷
ৰহন গোহাঁই গাঁৱৰ ছাত্ৰীগৰাকীয়ে চাৰিখন কাকতত অনুত্তীৰ্ণ হয়। ছাত্ৰীগৰাকীৰ দেহৰ ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হৈছে এই ঘটনাত৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মাজতেই চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত সংঘটিত হ'ল শোকাৱহ ঘটনা৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হ’ব নোৱাৰি নিজৰ গাত কেৰাচিন ঢালি আত্মজাহৰ প্ৰচেষ্টা চলালে এগৰাকী ছাত্ৰীয়ে৷ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষাত৷
ৰহন গোহাঁই গাঁৱৰ ছাত্ৰীগৰাকীয়ে চাৰিখন কাকতত অনুত্তীৰ্ণ হয়। ছাত্ৰীগৰাকীৰ দেহৰ ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হৈছে এই ঘটনাত৷ পৰিয়ালৰ লোকে প্ৰথমে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ছাত্ৰীগৰাকীক৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|