• Home
  • »
  • News
  • »
  • assam
  • »
  • মেট্ৰিকত উত্তীৰ্ণ হ’ব নোৱাৰি গাত কেৰাচিন ঢালি নিজকে জ্বলাই দিলে ছাত্ৰীয়ে, দেহৰ ৫০ শতাংশ অগ্নিদগ্ধ

মেট্ৰিকত উত্তীৰ্ণ হ’ব নোৱাৰি গাত কেৰাচিন ঢালি নিজকে জ্বলাই দিলে ছাত্ৰীয়ে, দেহৰ ৫০ শতাংশ অগ্নিদগ্ধ

ৰহন গোহাঁই গাঁৱৰ ছাত্ৰীগৰাকীয়ে চাৰিখন কাকতত অনুত্তীৰ্ণ হয়। ছাত্ৰীগৰাকীৰ দেহৰ ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হৈছে এই ঘটনাত৷

  • Share this:
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মাজতেই চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত সংঘটিত হ'ল শোকাৱহ ঘটনা৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হ’ব নোৱাৰি নিজৰ গাত কেৰাচিন ঢালি আত্মজাহৰ প্ৰচেষ্টা চলালে এগৰাকী ছাত্ৰীয়ে৷ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষাত৷

ৰহন গোহাঁই গাঁৱৰ ছাত্ৰীগৰাকীয়ে চাৰিখন কাকতত অনুত্তীৰ্ণ হয়। ছাত্ৰীগৰাকীৰ দেহৰ ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হৈছে এই ঘটনাত৷ পৰিয়ালৰ লোকে প্ৰথমে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ছাত্ৰীগৰাকীক৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি