
আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় পাৰভিচ আহমেদ নামৰ ছাত্ৰজন৷
আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় পাৰভিচ আহমেদ নামৰ ছাত্ৰজন৷
কামপুৰত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ বাসগৃহত কান্দোনৰ ৰোলষ কিন্তু কিয়? কিয় দুখত ভাঙি পৰিছে দুৰ্ভগীয়া পিতৃ–মাতৃ?
হিয়া ধাকুৰি কান্দিছে পিতৃ মাতৃয়ে৷ আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় পাৰভিচ আহমেদ নামৰ ছাত্ৰজন৷ কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! যোৱা ৯ মে'ত কপিলী নদীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাবটি লৈছিল ছাত্ৰজনে৷ ছাত্ৰজনৰ এই মৃত্যুক সহজে মানি ল’ব পৰা নাই পিতৃ–মাতৃৰ লগতে পৰিয়ালবৰ্গই৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা চাহাব উদ্দিন আৰু পাৰবিনা বেগমৰ একমাত্ৰ সন্তান পাৰভিচ আহমেদ বাসগৃহত আজি কান্দোনৰ ৰোল৷ শোকত ভাঙি পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে পৰিয়ালৰ লোকসকল৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|