
ক্ৰিকেট খেলি ভাল পোৱা মুস্তাক আহমেদে ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে।
ক্ৰিকেট খেলি ভাল পোৱা মুস্তাক আহমেদে ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে।
আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। অসম হাই মাদ্ৰাছা পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে ২য় স্থান অধিকাৰ কৰিছে অভয়াপুৰী পিৰাধৰা হাইমাদ্ৰাছাৰ ছাত্র মুস্তাক আহমেদে।
ছাত্রগৰাকীয়ে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ৫৫০ নম্বৰ পাবলৈ সক্ষম হৈছে। ক্ৰিকেট খেলি ভাল পোৱা মুস্তাক আহমেদে ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|