• Home
  • »
  • News
  • »
  • assam
  • »
  • হাই মাদ্ৰাছাত দ্বিতীয় স্থানেৰে উজলিল অভয়াপুৰীৰ মুস্তাক আহমেদ

হাই মাদ্ৰাছাত দ্বিতীয় স্থানেৰে উজলিল অভয়াপুৰীৰ মুস্তাক আহমেদ

ক্ৰিকেট খেলি ভাল পোৱা মুস্তাক আহমেদে ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে।

ক্ৰিকেট খেলি ভাল পোৱা মুস্তাক আহমেদে ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে।

ক্ৰিকেট খেলি ভাল পোৱা মুস্তাক আহমেদে ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে।

  • Share this:
আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। অসম হাই মাদ্ৰাছা পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে  ২য় স্থান অধিকাৰ কৰিছে অভয়াপুৰী পিৰাধৰা হাইমাদ্ৰাছাৰ ছাত্র মুস্তাক আহমেদে।

ছাত্রগৰাকীয়ে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ৫৫০ নম্বৰ পাবলৈ সক্ষম হৈছে।  ক্ৰিকেট খেলি ভাল পোৱা মুস্তাক আহমেদে ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি