• Home
  • »
  • News
  • »
  • assam
  • »
  • হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল বিধায়ক অখিল গগৈৰ পুত্ৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল বিধায়ক অখিল গগৈৰ পুত্ৰ

 নাছিকেতাৰ ফলাফলৰ কৃতিত্ব মাতৃক দিলে পিতৃ অখিল গগৈয়ে।

নাছিকেতাৰ ফলাফলৰ কৃতিত্ব মাতৃক দিলে পিতৃ অখিল গগৈয়ে।

নাছিকেতাৰ ফলাফলৰ কৃতিত্ব মাতৃক দিলে পিতৃ অখিল গগৈয়ে।

  • Share this:
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল বিধায়ক অখিল গগৈৰ পুত্ৰ। কম্পিউটাৰ বিজ্ঞানত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল অখিল গগৈৰ পুত্ৰ নাছিকেতা। নাছিকেতাৰ ফলাফলৰ কৃতিত্ব মাতৃক দিলে পিতৃ অখিল গগৈয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি