মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam HSLC Results 2022: ১০ বজাৰ লগে লগে assam.news18.comত চাওক ফলাফল

Assam HSLC Results 2022: ১০ বজাৰ লগে লগে assam.news18.comত চাওক ফলাফল

এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৪,০৫,৫৮২ জন পৰীক্ষাৰ্থী।

এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৪,০৫,৫৮২ জন পৰীক্ষাৰ্থী।

  • Share this:
আজি ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। কোভিড পৰিস্থিতিৰ পিছত এইবাৰ প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল মেট্ৰিক পৰীক্ষা। পুৱা ১০ বজাত অনলাইনযোগে ঘোষণা কৰা হ’ব ফলাফলসমূহ। মুঠ ১৪টা ৱেবছাইট আৰু এটা মোবাইল এপত উপলব্ধ হ’ব ফলাফল। নিজৰ ৰোল আৰু নম্বৰটো বহুৱাই নিৰ্দিষ্ট স্থানত ক্লিক কৰিলেই লাভ কৰিব ফলাফল।

ইয়াৰ উপৰিও নিজ নিজ স্কুলটো পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। ৱেবছাইট আৰু মোবাইল এপৰ পৰা ডাউনলোড কৰিব পাৰিব Mark sheet, pass certificate।

News18 অসম নৰ্থ ইষ্টত চাব পাৰিব  ফলাফলঃ

উল্লেখযোগ্য যে এইবাৰ মুঠ ৪ লাখ ৩১ হাজাৰ ১৩২ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে মেট্ৰিক- হাই মাদ্ৰাছা পৰীক্ষাত। কোভিডৰ দুবছৰীয়া জটিল পৰিস্থিতিৰ পিছত এইবাৰ অনুষ্ঠিত হৈছিল মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষা।

ফলাফল ঘোষণা হ’বলগীয়া ৱেবছাইট সমূহ হৈছে-

results.sebaonline.org

resultsassam.nic.in

www.indiaresults.com

www.results.shiksha

www.assam.shiksha

www.assamonline.in

exametc.com

www.schools9.com

https://iresults.net

asssamjobalerts.com

assamresults.in

necareer.com

www.jagaranjosh.com

আৰু www.vidyavision.com।

লগতে SEBA Results, 2022 মোবাইল এপত উপলব্ধ হ’ব ফলাফল। ফলাফলক লৈ কোনো পৰীক্ষাৰ্থী সন্তুষ্ট নহ’লে পৰ্টেলযোগে কৰিব পাৰিব আবেদন। ১০ জুনত খুলি দিয়া হ’ব ছেবাৰ পৰ্টেল। উত্তৰ বহিৰ পুনৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন। তিনিটাতকৈ অধিক বিষয়ত ফেইল কৰিলে, ১৭০ নম্বৰ লাভ কৰিলে দিব পাৰিব compartmental পৰীক্ষা।

শেহতীয়া বাতৰি