• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HSLC Result 2022: হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থানপ্ৰাপ্ত তাবিবুল হকৰ সাফল্যত আনন্দিত গৰৈমাৰীবাসী ...

Assam HSLC Result 2022: হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থানপ্ৰাপ্ত তাবিবুল হকৰ সাফল্যত আনন্দিত গৰৈমাৰীবাসী ...

২০২২ বৰ্ষৰ অৰ্থাৎ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৮৯ নম্বৰ পাই ৰাজ্যৰ ভিতৰত নৱম স্থান দখল কৰিলে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ দক্ষিণ হাহচৰী গাঁৱৰ তোফাজ্জল হক আৰু আয়েসা খাতুনৰ পুত্ৰ তথা গৰৈমাৰীৰ আল আমিন ইছলামিক মডেল স্কুলৰ মেধাৱী ছাত্ৰ তাবিবুল হকে ৷

  • Share this:
হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থানপ্ৰাপ্ত তাবিবুল হকৰ সাফল্যত আনন্দিত গৰৈমাৰীবাসী ৷ ২০২২ বৰ্ষৰ অৰ্থাৎ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৮৯ নম্বৰ পাই ৰাজ্যৰ ভিতৰত নৱম স্থান দখল কৰিলে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ দক্ষিণ হাহচৰী গাঁৱৰ তোফাজ্জল হক আৰু আয়েসা খাতুনৰ পুত্ৰ তথা গৰৈমাৰীৰ আল আমিন ইছলামিক মডেল স্কুলৰ মেধাৱী ছাত্ৰ তাবিবুল হকে ৷

উল্লেখ্য যে, কামৰূপ গ্ৰাম্য জিলাৰ পৰা শীৰ্ষস্থান পোৱা কৃতী ছাত্ৰ তাবিবুল হকে শিক্ষা গ্ৰহন কৰা আল আমিন ইছলামিক মডেল স্কুল কৰ্তৃপক্ষই ছাত্ৰজনৰ এই ফলাফলত যথেষ্ট আনন্দিত হৈ পৰিছে। ছয়গাঁৱৰ ভিতৰুৱা অঞ্চল হাঁহচৰীত জন্মগ্ৰহণ কৰা তাবিবুল হকে এই সফলতাৰ আঁৰত তেওঁৰ পিতৃ মাতৃ তথা শিক্ষাগুৰুসকলৰ অৱদান আছে বুলি উল্লেখ কৰি তেওঁ এজন সুদক্ষ চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে বুলি মন্তব্য কৰে ৷ আনহাতে নৱমস্থান প্ৰাপ্ত তাবিবুল হকৰ এই সফলতাত সমগ্ৰ গৰৈমাৰী অঞ্চলত আনন্দৰ বন্যা বৈছে ৷
Published by:Kokil Sarma
First published: