২০২২ বৰ্ষৰ অৰ্থাৎ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৮৯ নম্বৰ পাই ৰাজ্যৰ ভিতৰত নৱম স্থান দখল কৰিলে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ দক্ষিণ হাহচৰী গাঁৱৰ তোফাজ্জল হক আৰু আয়েসা খাতুনৰ পুত্ৰ তথা গৰৈমাৰীৰ আল আমিন ইছলামিক মডেল স্কুলৰ মেধাৱী ছাত্ৰ তাবিবুল হকে ৷