உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিলে দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাই

    হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিলে দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাই

    আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

    আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

    আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

    • Share this:
    আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিলে দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাই। দৰং জিলাৰ বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই পদুমপুখুৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত দিছিল পৰীক্ষা।

    ধৃতিৰাজ পাথৰিঘাট বানেইকুছি গাওঁৰ নিবাসী নৱ কুমাৰ কলিতা আৰু টুলুমণি কলিতাৰ পুত্ৰ। ৫৯৫ নম্বৰ লাভ কৰিছে প্ৰথম স্থান লাভ কৰিলে ধৃতিৰাজে।
    First published: