মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Paper Leak | প্ৰশ্নকাকত ফাদিলৰ ঘটনাত এতিয়ালৈ ২৫জনক গ্ৰেপ্তাৰ, আজি পুনৰ চলিব জেৰা

HSLC Paper Leak | প্ৰশ্নকাকত ফাদিলৰ ঘটনাত এতিয়ালৈ ২৫জনক গ্ৰেপ্তাৰ, আজি পুনৰ চলিব জেৰা

ছল্টব্ৰুক একাডেমীৰ সঞ্চালকৰ মোবাইল জব্দ কৰা হৈছে। অধ্যক্ষ আৰু শিক্ষকসকলৰো মোবাইলো জব্দ।

ছল্টব্ৰুক একাডেমীৰ সঞ্চালকৰ মোবাইল জব্দ কৰা হৈছে। অধ্যক্ষ আৰু শিক্ষকসকলৰো মোবাইলো জব্দ।

ছল্টব্ৰুক একাডেমীৰ সঞ্চালকৰ মোবাইল জব্দ কৰা হৈছে। অধ্যক্ষ আৰু শিক্ষকসকলৰো মোবাইলো জব্দ।

  • Share this:
প্ৰশ্নকাকত কেলেংকাৰীত এতিয়ালৈ ২৫জনক গ্ৰেপ্তাৰ কৰা হৈছে (Assam HSLC Paper Leak)। CIDৰ জিম্মাত আছে শিক্ষকসহ ১৩ অভিযুক্ত। এইসকল অভিযুক্তক আজি আকৌ চলাব জেৰা। এতিয়ালৈ শুনানি হোৱা নাই ১২ নাবালকৰ।

ছল্টব্ৰুক একাডেমীৰ সঞ্চালকৰ মোবাইল জব্দ কৰা হৈছে। অধ্যক্ষ আৰু শিক্ষকসকলৰো মোবাইলো জব্দ। হোৱাটচএপৰ তথ্য তথা লেনদেন পৰীক্ষা কৰিব আৰক্ষীয়ে। তেজপুৰত বুধবাৰে গ্ৰেপ্তাৰ কৰা এজনক অনা হৈছে গুৱাহাটীলৈ।

শেহতীয়া বাতৰি