• Home
  • »
  • News
  • »
  • assam
  • »
  • HSLC|HS Exam 2022: ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক-HS ৰ চূড়ান্ত পৰীক্ষা, জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

HSLC|HS Exam 2022: ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক-HS ৰ চূড়ান্ত পৰীক্ষা, জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

বৃহস্পতিবাৰে SSAত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৃহস্পতিবাৰে SSAত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৃহস্পতিবাৰে SSAত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

  • Share this:
বৃহস্পতিবাৰে SSAত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্ত অনুসৰি অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।

ইফালে ৩ জানুৱাৰীৰ পৰা প্ৰতিখন জিলাত আৰম্ভ হ'ব কোৰোণাৰ ভেকচিনেচন প্ৰক্ৰিয়া। প্ৰতিখন জিলাত প্ৰতিদিনে ১৫ খনকৈ বিদ্যালয়ক সামৰি লোৱাৰ লক্ষ্য থিৰাং কৰা হৈছে।এই সময়ছোৱাতে অভিভাৱকেও লব লাগিব দ্বিতীয় পালি ভেকচিন। বৈঠকৰ অন্তত এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: