• Home
  • »
  • News
  • »
  • assam
  • »
  • ১১ মে’ৰ পৰা আৰম্ভ হ’ব মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা, সম্পূৰ্ণ তালিকা ডাউনলোড কৰিবলৈ ক্লিক কৰক

১১ মে’ৰ পৰা আৰম্ভ হ’ব মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা, সম্পূৰ্ণ তালিকা ডাউনলোড কৰিবলৈ ক্লিক কৰক

১১ মে’ত আৰম্ভ হোৱা পৰীক্ষা সমাপ্ত হ’ব ১ জুনত।

১১ মে’ত আৰম্ভ হোৱা পৰীক্ষা সমাপ্ত হ’ব ১ জুনত।

১১ মে’ত আৰম্ভ হোৱা পৰীক্ষা সমাপ্ত হ’ব ১ জুনত।

  • Share this:
ছেবাই প্ৰকাশ কৰিলে ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ তালিকা। মে’ৰ ১১ তাৰিখৰ আৰম্ভ হ’ব মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা।

ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা। ১১ মে’ত আৰম্ভ হোৱা পৰীক্ষা সমাপ্ত হ’ব ১ জুনত। আনহাতে, ব্যৱহাৰিক পৰীক্ষাসমূহ ৪ আৰু মাৰ্চত অনুষ্ঠিত হ’ব।

Published by:Sanjay Kumar Das
First published: