ছেবাই প্ৰকাশ কৰিলে ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ তালিকা। মে’ৰ ১১ তাৰিখৰ আৰম্ভ হ’ব মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা।
ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা। ১১ মে’ত আৰম্ভ হোৱা পৰীক্ষা সমাপ্ত হ’ব ১ জুনত। আনহাতে, ব্যৱহাৰিক পৰীক্ষাসমূহ ৪ আৰু মাৰ্চত অনুষ্ঠিত হ’ব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 06, 2021, 19:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।