• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HS Results 2022: বস্ত্ৰনগৰী শুৱালকুছিলৈ গৌৰৱ কঢ়িয়াই আনিলে মধুস্মিতা বেজবৰুৱাই ! কলা শাখাত পঞ্চম স্থান লাভ কৰিলে মধুস্মিতাই ...

Assam HS Results 2022: বস্ত্ৰনগৰী শুৱালকুছিলৈ গৌৰৱ কঢ়িয়াই আনিলে মধুস্মিতা বেজবৰুৱাই ! কলা শাখাত পঞ্চম স্থান লাভ কৰিলে মধুস্মিতাই ...

Assam HS Results 2022: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰতে পঞ্চম স্থান লাভ কৰে শুৱালকুছিৰ মধুস্মিতা বেজবৰুৱাই । উচ্চতৰ মাধ্যমিক কলা শাখাৰ চুড়ান্ত পৰীক্ষাত ৪৮০ নম্বৰ লাভ কৰে ছাত্ৰী গৰাকীয়ে ।

  • Share this:

মধুস্মিতা বেজবৰুৱাই বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।
Published by:Kokil Sarma
First published: