• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HS Results 2022: বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰি ৰহালৈ গৌৰৱ কঢ়িয়াই আনিলে ঋত্বিকে ...

Assam HS Results 2022: বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰি ৰহালৈ গৌৰৱ কঢ়িয়াই আনিলে ঋত্বিকে ...

Assam HS Results 2022: বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে ঋত্বিক কুমাৰ সূতে। ঋত্বিকৰ ঘৰ ৰহাৰ গড়মাৰি নিউ কলনিত।

  • Share this:
বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে ঋত্বিক কুমাৰ সূতে। ঋত্বিকৰ ঘৰ ৰহাৰ গড়মাৰি নিউ কলনিত। ঋত্বিকৰ পিতৃ গৰাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আৰু মাতৃ ৰিনু বৰা ৰহা মহাবিদ্যালয়ৰ অধ্যাপিকা।

২০২০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰহাৰ প্ৰাঞ্জল মেমৰিয়েল একাডেমী পৰা উৰ্ত্তীণ হৈছিল আৰু দশম স্থান লাভ কৰিছিল ঋত্বিকে।

বৰ্তমান উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা নগাঁৱৰ কনচেপ্ত জুনিয়ৰ কলেজৰ পৰা উৰ্ত্তীণ হয় । তেওঁ মুঠ ৪৮২ নম্বৰ লাভ কৰি চতুৰ্থ স্থান লাভ কৰে।
Published by:Kokil Sarma
First published: