• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HS Result 2022 : আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, কেনেকৈ চাব ৰিজাল্ট!

Assam HS Result 2022 : আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, কেনেকৈ চাব ৰিজাল্ট!

১৬টাকৈ ৱেবছাইটত পুৱা ৯ বজাৰ লগে লগে ছাত্ৰ–ছাত্ৰীয়ে লাভ কৰিব ফলাফল।

১৬টাকৈ ৱেবছাইটত পুৱা ৯ বজাৰ লগে লগে ছাত্ৰ–ছাত্ৰীয়ে লাভ কৰিব ফলাফল।

১৬টাকৈ ৱেবছাইটত পুৱা ৯ বজাৰ লগে লগে ছাত্ৰ–ছাত্ৰীয়ে লাভ কৰিব ফলাফল।

  • Share this:
আজি ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে ঘোষণা হ’ব কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল। ফলাফল ঘোষণাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। ১৬টাকৈ ৱেবছাইটত পুৱা ৯ বজাৰ লগে লগে ছাত্ৰ–ছাত্ৰীয়ে লাভ কৰিব ফলাফল।

কেনেকৈ চাব ফলাফল :

১. অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in, resultsassam.nic.inলৈ যাওক

২. হোমপেজত Assam Class 12 result 2022ত ক্লিক কৰক

৩. ৰোল কোড আৰু নম্বৰ টাইপ কৰক

৪. ছাবমিট কৰি ডাউনলোড কৰক ফলাফল

৫. ডাউনলোড কৰি প্ৰিণ্টআউট কৰি লওক ফলাফল।

ফলাফল ঘোষণা কৰিবলগীয়া ৱেবছাইটসমূহ হ’ল –

Published by:Sanjay Kumar Das
First published: