উলিয়াইছিলহে মাত্ৰ, দেখিলেই ছাৰে – ধুবুৰীত ১৭ পৰীক্ষাৰ্থীক নিলম্বন

News18 Assam | News18-Assam
Updated:February 12, 2020, 3:07 PM IST
উলিয়াইছিলহে মাত্ৰ, দেখিলেই ছাৰে – ধুবুৰীত ১৭ পৰীক্ষাৰ্থীক নিলম্বন
ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকে বহিষ্কাৰ কৰে পৰীক্ষাৰ্থীসকলক। আজি প্ৰথমদিনা আছিল ইংৰাজী বিষয়ৰ পৰীক্ষা।

ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকে বহিষ্কাৰ কৰে পৰীক্ষাৰ্থীসকলক। আজি প্ৰথমদিনা আছিল ইংৰাজী বিষয়ৰ পৰীক্ষা।

  • Share this:
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথম দিনাই ধুবুৰীত নিলম্বিত হ’ল ১৭ গৰাকী পৰীক্ষাৰ্থী। অসৎ উপায় অৱলম্বন কৰি থকা অৱস্থাতে হাতে–লোটে ধৰা পৰে পৰীক্ষাৰ্থীকেইজন। চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ৬ গৰাকী আৰু শালকোছা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ১১ গৰাকী পৰীক্ষাৰ্থীক নিলম্বন। ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকে বহিষ্কাৰ কৰে পৰীক্ষাৰ্থীসকলক। আজি প্ৰথমদিনা আছিল ইংৰাজী বিষয়ৰ পৰীক্ষা।
আৰু চাওক
পৰৱৰ্তী বাতৰি