• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ গৃহৰক্ষী জোৱানলৈ ভাল খবৰ, ২৩ হাজাৰ টকালৈ বৃদ্ধি পাব মাহিলি ভাট্টা

অসমৰ গৃহৰক্ষী জোৱানলৈ ভাল খবৰ, ২৩ হাজাৰ টকালৈ বৃদ্ধি পাব মাহিলি ভাট্টা

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত দেশৰ ২৩খন ৰাজ্যই কাৰ্যকৰী কৰিছে এই নীতি।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত দেশৰ ২৩খন ৰাজ্যই কাৰ্যকৰী কৰিছে এই নীতি।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত দেশৰ ২৩খন ৰাজ্যই কাৰ্যকৰী কৰিছে এই নীতি।

  • Share this:
অসমৰ গৃহৰক্ষী জোৱানলৈ ভাল খবৰ। গৃহৰক্ষী জোৱানৰ ভাট্টা বৃদ্ধি কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ৯ হাজাৰ টকাৰ পৰিৱৰ্তে মাহিলী ভাট্টা ২৩ হাজাৰ টকা কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ী এই নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৩ মাহৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত দেশৰ ২৩খন ৰাজ্যই কাৰ্যকৰী কৰিছে এই নীতি।
Published by:Sanjay Kumar Das
First published: