পৰীক্ষাৰ পূৰ্বেই ফাদিল হ’ল নেকি উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত? ডিব্ৰুগড়ত ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ম’বাইলে ম’বাইলে ভাইৰেল হোৱাৰ সন্দেহ। আজি আছে ৰয়াসন বিজ্ঞানৰ পৰীক্ষা। কিন্তু আজি পুৱাই পশ্নকাকত ফাদিল হ’ল বুলি সন্দেহ কৰা হৈছে।
কিন্তু প্ৰশ্নকাকত ফাদিলৰ কথা অস্বীকাৰ ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শকৰ। প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱা নাই বুলি দাবী পৰিদৰ্শকগৰাকীৰ। দুষ্ট চক্ৰই শিক্ষা সংসদক বদনাম কৰিবলৈ এনে কাম কৰাৰ অভিযোগ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 15, 2020, 11:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।