পৰীক্ষাৰ পূৰ্বেই ফাদিল হ’ল নেকি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকত?

News18 Assam | News18-Assam
Updated:February 15, 2020, 11:20 AM IST
পৰীক্ষাৰ পূৰ্বেই ফাদিল হ’ল নেকি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকত?
Source-Google

কিন্তু প্ৰশ্নকাকত ফাদিলৰ কথা অস্বীকাৰ ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শকৰ

  • News18 Assam
  • Last Updated: February 15, 2020, 11:20 AM IST
  • Share this:
পৰীক্ষাৰ পূৰ্বেই ফাদিল হ’ল নেকি উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত? ডিব্ৰুগড়ত ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ম’বাইলে ম’বাইলে ভাইৰেল হোৱাৰ সন্দেহ। আজি আছে ৰয়াসন বিজ্ঞানৰ পৰীক্ষা। কিন্তু আজি পুৱাই পশ্নকাকত ফাদিল হ’ল বুলি সন্দেহ কৰা হৈছে।

কিন্তু প্ৰশ্নকাকত ফাদিলৰ কথা অস্বীকাৰ ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শকৰ। প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱা নাই বুলি দাবী পৰিদৰ্শকগৰাকীৰ। দুষ্ট চক্ৰই শিক্ষা সংসদক বদনাম কৰিবলৈ এনে কাম কৰাৰ অভিযোগ।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি