News18 AssamNews18 Assam
|
News18-Assam Updated:December 19, 2019, 5:26 PM IST
Source-Google
ৰাজ্যৰ শেহতীয়া পৰিস্থিতি ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে শিক্ষা বিভাগে
২২ ডিচেম্বৰত ৰাজ্যত হাইস্কুল টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ৰাজ্যত শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰ্বত্ৰ হোৱা আন্দোলনৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ থকাৰ বাবে পিছুৱাই দিয়া হৈছে পৰীক্ষাৰ দিন। অহা জানুৱাৰী মাহৰ ১৯ তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব হাইস্কুল টেট পৰীক্ষা। এই কথা জানিবলৈ দিছে ৰাজ্যৰ শিক্ষা বিভাগে।
Published by:
Himangshu Bhuyan
First published:
December 19, 2019, 5:25 PM IST