হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ শীৰ্ষত গোৱালপাৰাৰ ছেলিম আহমেদ

হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলত তিনিগৰাকী স্থানপ্ৰাপ্ত। প্ৰথম স্থানত গোৱালপাৰাৰ ৰাখালডুবি হাই মাদ্ৰাছাৰ ছেলিম আহমেদ।

news18assam
Updated:May 15, 2019, 10:24 AM IST
হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ শীৰ্ষত গোৱালপাৰাৰ ছেলিম আহমেদ
হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলত তিনিগৰাকী স্থানপ্ৰাপ্ত। প্ৰথম স্থানত গোৱালপাৰাৰ ৰাখালডুবি হাই মাদ্ৰাছাৰ ছেলিম আহমেদ।
news18assam
Updated: May 15, 2019, 10:24 AM IST
হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলত তিনিগৰাকী স্থানপ্ৰাপ্ত। প্ৰথম স্থানত গোৱালপাৰাৰ ৰাখালডুবি হাই মাদ্ৰাছাৰ ছেলিম আহমেদ। দ্বিতীয় স্থানত দৰঙৰ পিপিৰাকুছি আঞ্চলিক হাই মাদ্ৰাছাৰ আব্দুল আজিজ। তৃতীয় স্থানত গোৱালপাৰাৰ আমবাৰী কাৰ্তিমাৰী হাই মাদ্ৰাছাৰ ইলিয়াছ আলী। প্ৰথম স্থানপ্ৰাপ্ত ছেলিম আহমেদে লাভ কৰিছে মুঠ ৫৬১ নম্বৰ। দ্বিতীয়
স্থানতপ্ৰাপ্ত আব্দুল আজিজে লাভ কৰিছে মুঠ ৫৫৩ নম্বৰ। ৫৪৭ নম্বৰেৰে তৃতীয় স্থান অধিকাৰ কৰিছে ইলিয়াছ আলীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি