হেদায়ৎ আলীৰ ঘৰ হাজোত, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে।
হেদায়ৎ আলীৰ ঘৰ হাজোত, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে।
- অসমৰ খেলৰ বাবে সুখবৰ।
- বহু নেৰানেপেৰা চেষ্টাৰ ফলত বৃহস্পতিবাৰে পুৱা বিশ্বৰ সৰ্বোচ্চ শৃংগ "এভাৰেষ্ট" আৰোহন কৰিবলৈ সক্ষম হয় প্ৰৱাসী অসমীয়া হেদায়ৎ আলীয়ে।
- পৃথিৱীৰ মুধছ বিশ্বৰ সৰ্বোচ্চ শৃংগ "এভাৰেষ্ট" আৰোহণ কৰা হেদায়ৎ আলীৰ ঘৰ হাজোত। তেওঁ বহু বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি আছে।
- হাজোৰ সন্তান হেদায়ৎ আলীৰ সফলতাৰ খৱৰে আনন্দিত কৰিছে অসমৰ লোকৰ লগতে সমূহ প্ৰৱাসী অসমীয়াও।
- উল্লেখযোগ্য যে, বিগত বৰ্ষতো হেদায়ৎ আলীয়ে এভাৰেষ্ট আৰোহণৰ চেষ্টা চলাইছিল যদিও কোভিডৰ বাবে আৰোহন কাৰোৱেই সম্ভৱ হোৱা নাছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|