உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • প্ৰৱাসী অসমীয়া হেদায়ৎ আলীয়ে আৰোহণ কৰিলে বিশ্বৰ সৰ্বোচ্চ শৃংগ "এভাৰেষ্ট"

    প্ৰৱাসী অসমীয়া হেদায়ৎ আলীয়ে আৰোহণ কৰিলে বিশ্বৰ সৰ্বোচ্চ শৃংগ "এভাৰেষ্ট"

    হেদায়ৎ আলীৰ ঘৰ হাজোত, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে।

    হেদায়ৎ আলীৰ ঘৰ হাজোত, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে।

    হেদায়ৎ আলীৰ ঘৰ হাজোত, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে।

    • Share this:

    • অসমৰ খেলৰ বাবে সুখবৰ।

    • বহু নেৰানেপেৰা চেষ্টাৰ ফলত বৃহস্পতিবাৰে পুৱা বিশ্বৰ সৰ্বোচ্চ শৃংগ "এভাৰেষ্ট" আৰোহন কৰিবলৈ সক্ষম হয় প্ৰৱাসী অসমীয়া হেদায়ৎ আলীয়ে।

    • পৃথিৱীৰ মুধছ বিশ্বৰ সৰ্বোচ্চ শৃংগ "এভাৰেষ্ট" আৰোহণ কৰা হেদায়ৎ আলীৰ ঘৰ হাজোত। তেওঁ বহু বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি আছে।

    • হাজোৰ সন্তান হেদায়ৎ আলীৰ সফলতাৰ খৱৰে আনন্দিত কৰিছে অসমৰ লোকৰ লগতে সমূহ প্ৰৱাসী অসমীয়াও।

    • উল্লেখযোগ্য যে, বিগত বৰ্ষতো হেদায়ৎ আলীয়ে এভাৰেষ্ট আৰোহণৰ চেষ্টা চলাইছিল যদিও কোভিডৰ বাবে আৰোহন কাৰোৱেই সম্ভৱ হোৱা নাছিল।

    Published by:Himangshu Bhuyan
    First published: