• Home
  • »
  • News
  • »
  • assam
  • »
  • কংগ্ৰেছত যোগদান কৰিলে AIUDFৰ প্ৰাক্তন বিধায়ক ছেলিম উদ্দিন বড়ভূঞাই ... 

কংগ্ৰেছত যোগদান কৰিলে AIUDFৰ প্ৰাক্তন বিধায়ক ছেলিম উদ্দিন বড়ভূঞাই ... 

AIUDF এৰি কংগ্ৰেছত যোগদান কৰিলে হাইলাকান্দি সমষ্টিৰ প্ৰাক্তন বিধায়ক হাজি ছেলিম উদ্দিন বড়ভূঞাই । আজি হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে তেওঁ।

  • Share this:

প্ৰাক্তন বিধায়কগৰাকীক কংগ্ৰেছ দলত স্বাগত জনাবলৈ উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থসহ প্ৰদেশ কংগ্ৰেছ আৰু হাইলাকান্দি জিলা কংগ্ৰেছৰ বহু কেইজন নেতা । পিছতে সংবাদ মাধ্যমৰ আগতে মন্তব্য আগবঢ়াই তেওঁ কয় এআইইউডিএফ দলৰ মুৰব্বী বদৰউদ্দিন আজমলে তেওঁৰ ব্যৱসায়ৰ স্বাৰ্থত বিজেপিৰ হৈ দালালী কৰে । নিৰ্বাচন আহিলেই প্ৰতাৰণা কৰিবলৈ তেওঁৰ আগমন ঘটে । উল্লেখ্য যে , এআইইউডিএফ দলৰ অন্যতম প্ৰতিষ্ঠাতা সদস্য আৰু দলৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি আছিল ছেলিম উদ্দিন বড়ভূঞা ।
Published by:Kokil Sarma
First published: