চৰকাৰী কৰ্মচাৰীলৈ সুখবৰঃ দেৱালীৰ পূৰ্বে বৃদ্ধি পাব কৰ্মচাৰীৰ মৰগীয়া ভাট্টা

২০১৯ চনৰ ১ জুলাইৰ পৰাই কাৰ্যকৰী হ’ব নিৰ্দেশ

News18-Assam
Updated:October 22, 2019, 6:48 PM IST
চৰকাৰী কৰ্মচাৰীলৈ সুখবৰঃ দেৱালীৰ পূৰ্বে বৃদ্ধি পাব কৰ্মচাৰীৰ মৰগীয়া ভাট্টা
২০১৯ চনৰ ১ জুলাইৰ পৰাই কাৰ্যকৰী হ’ব নিৰ্দেশ
News18-Assam
Updated: October 22, 2019, 6:48 PM IST
দেৱালীৰ পূৰ্বে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ। শীঘ্ৰেই বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাট্টা। অৱসৰ লোৱা সকলৰো বৃদ্ধি পাব পেঞ্চনৰ ধন। ৫ শতাংশ মৰগীয়া ভাট্টা আৰু পেঞ্চন বৃদ্ধিৰ ঘোষণা। ২০১৯ চনৰ ১ জুলাইৰ পৰাই কাৰ্যকৰী হ’ব নিৰ্দেশ। বিগত ৪ মাহৰ বৰ্দ্ধিত ভাট্টা লাভ কৰিব কৰ্মচাৰীয়ে।এই বৃদ্ধিৰ পাছতে ১৭শতাংশলৈ বৃদ্ধি পালে কৰ্মচাৰীৰ ভাট্টা।
আৰু চাওক পৰৱৰ্তী বাতৰি