২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰলৈ অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন

News18 Assam | News18-Assam
Updated:February 22, 2020, 3:13 PM IST
২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰলৈ অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন
এই কথা জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

এই কথা জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

  • Share this:
অসম চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন অহা ২৫ ‍ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ হাতত জমা দিয়া হ’ব। ৰাজ্য চৰকাৰে আনুষ্ঠানিক ভাবে কেন্দ্ৰীয় চৰকাৰকৰ জমা দিব প্ৰতিবেদন। এই কথা জনাইছে ৰাজ্যৰ স্বাস্থ্য, শিক্ষা বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে ছয় নং দফা ৰূপায়নৰ বাবে গঠন কৰি দিয়া কমিটীয়ে ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰিছে প্ৰতিবেদন।
আৰু চাওক
পৰৱৰ্তী বাতৰি