
অহা ৮ ফেব্ৰুৱাৰীত লাভ কৰিব এই ধনৰাশি
অহা ৮ ফেব্ৰুৱাৰীত লাভ কৰিব এই ধনৰাশি
নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ইখনৰ পিছত সিখন আঁচনি। কেইদিনমান পূৰ্বে স্বয়ম আঁচনিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ টকা আগবঢ়োৱাৰ পিছত এইবাৰ ৰাজ্য চৰকাৰ সাজু হৈছে ৰাজ্যৰ মহিলাসকললৈ আৰ্থিক অনুদান আগবঢ়াবলৈ।
বুধবাৰে এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহত্ ঘোষণা কৰে। অহা ৮ ফেব্ৰৱাৰীত ৰাজ্যৰ মহিলাসকললৈ আগবঢ়োৱা হ'ব ৫০ হাজাৰকৈ টকা। কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলা আত্মসহায়ক গোট সমূহলৈ আগবঢ়োৱা হ'ব এই ধনৰাশি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|