உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাজ্য চৰকাৰৰ বৃহত্‍ ঘোষণা! ৮ ফেব্ৰুৱাৰীত মহিলাসকললৈ আগবঢ়োৱা হ'ব ৫০ হাজাৰকৈ টকা

    ৰাজ্য চৰকাৰৰ বৃহত্‍ ঘোষণা! ৮ ফেব্ৰুৱাৰীত মহিলাসকললৈ আগবঢ়োৱা হ'ব ৫০ হাজাৰকৈ টকা

    অহা ৮ ফেব্ৰুৱাৰীত লাভ কৰিব এই ধনৰাশি

    অহা ৮ ফেব্ৰুৱাৰীত লাভ কৰিব এই ধনৰাশি

    অহা ৮ ফেব্ৰুৱাৰীত লাভ কৰিব এই ধনৰাশি

    • Share this:
    নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ইখনৰ পিছত সিখন আঁচনি। কেইদিনমান পূৰ্বে স্বয়ম আঁচনিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ টকা আগবঢ়োৱাৰ পিছত এইবাৰ ৰাজ্য চৰকাৰ সাজু হৈছে ৰাজ্যৰ মহিলাসকললৈ আৰ্থিক অনুদান আগবঢ়াবলৈ।

    বুধবাৰে এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহত্‍ ঘোষণা কৰে।  অহা ৮ ফেব্ৰৱাৰীত ৰাজ্যৰ মহিলাসকললৈ আগবঢ়োৱা হ'ব ৫০ হাজাৰকৈ টকা। কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলা আত্মসহায়ক গোট সমূহলৈ আগবঢ়োৱা হ'ব এই ধনৰাশি।
    Published by:Himangshu Bhuyan
    First published: