কোৰোণাৰ ভয়াৱহতাৰ মাজতে ভাল খবৰ, চলিত বৰ্ষত ৰাজ্যত পূৰণ কৰা হ’ব ৫০ হাজাৰ খালী পদ

আজি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব বহু খালী পদৰ বিজ্ঞাপন।
আজি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব বহু খালী পদৰ বিজ্ঞাপন।
- News18 Assam
- Last Updated: May 2, 2020, 5:19 PM IST
সেইদৰে জীৱিকাৰ সন্ধানত বহিঃৰাজ্যত আবদ্ধ হৈ আছে বহু লোক। এনে লোকক ৩ মাহৰ বাবে সাহায্য দিব ৰাজ্য চৰকাৰে। সংবাদ মাধ্যমৰ সম্পাদক আৰু সাংবাদিকসকলৰ সৈতে হোৱা বৈঠকত এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।