உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কোৰোণাৰ ভয়াৱহতাৰ মাজতে ভাল খবৰ, চলিত বৰ্ষত ৰাজ্যত পূৰণ কৰা হ’ব ৫০ হাজাৰ খালী পদ

    কোৰোণাৰ ভয়াৱহতাৰ মাজতে ভাল খবৰ, চলিত বৰ্ষত ৰাজ্যত পূৰণ কৰা হ’ব ৫০ হাজাৰ খালী পদ

    আজি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব বহু খালী পদৰ বিজ্ঞাপন।

    আজি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব বহু খালী পদৰ বিজ্ঞাপন।

    আজি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিব বহু খালী পদৰ বিজ্ঞাপন।

    • Share this:
    কোৰোণাৰ ভয়াৱহতাৰ মাজতে ভাল খবৰ। এই বছৰত ৰাজ্যত প্ৰায় ৫০ হাজাৰ খালী পদ পূৰণ কৰা হ’ব। আজি স্বাস্থ্য বিভাগে মুকলি কৰিব বহু খালী পদৰ বিজ্ঞাপন। সময়ে সময়ে ৰাজ্য চৰকাৰৰ বিভাগ সমূহে পূৰণ কৰি যাব খালী পদ সমূহ। আনহাতে আজি স্বাস্থ্য বিভাগত ৬০০ জনক নিযুক্তি দিয়া হ’ব।

    সেইদৰে জীৱিকাৰ সন্ধানত বহিঃৰাজ্যত আবদ্ধ হৈ আছে বহু লোক। এনে লোকক ৩ মাহৰ বাবে সাহায্য দিব ৰাজ্য চৰকাৰে। সংবাদ মাধ্যমৰ সম্পাদক আৰু সাংবাদিকসকলৰ সৈতে হোৱা বৈঠকত এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
    Published by:Himangshu Bhuyan
    First published: