• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Budget:এবছৰৰ ভিতৰত ৫৫ হাজাৰ যুৱক–যুৱতীলৈ চৰকাৰী চাকৰি

Assam Budget:এবছৰৰ ভিতৰত ৫৫ হাজাৰ যুৱক–যুৱতীলৈ চৰকাৰী চাকৰি

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত ৮৫ হাজাৰ যুৱক–যুৱতীয়ে লাভ কৰিলে চাকৰিঃ হিমন্ত বিশ্ব শৰ্মা

  • Share this:
ৰাজ্যৰ নিৱনুৱাৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে অসম চৰকাৰৰ ২০২০–২১ বৰ্ষৰ বিত্তীয় বাজেটে। সদনত বাজেট পাঠ কৰি মন্ত্ৰী শৰ্মাই আগন্তুক এবছৰৰ ভিতৰত ৰাজ্যৰ ৫৫ হাজাৰ নিৱনুৱা যুৱক–যুৱতীক চাকৰি  দিয়াৰ কথা ঘোষণা কৰে। লগতে মন্ত্ৰী শৰ্মাই কয় যে, বৰ্তমান লৈকে চলিত চৰকাৰৰ কাৰ্যকালত ৮৫ হাজাৰ যুৱক–যুৱতীক প্ৰদান কৰা হ’ল চাকৰি।

ইয়াৰ উপৰিও মন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে, ৰাজ্যখনৰ ১ লাখ ৮৮ হাজাৰ ৫৫৮গৰাকী যুৱক–যুৱতীলৈ স্কীলৰ প্ৰশিক্ষণ আগবঢ়োৱা হৈছে। তাৰে ৮২,৬০৮গৰাকী যুৱকে নিযুক্তি পাবলৈ সক্ষম হৈছে।চৰকাৰী খণ্ডত ৩৮ হাজাৰ যুৱক–যুৱতীক চাকৰি দিবলৈ সক্ষম হৈছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি