Assam Budget:এবছৰৰ ভিতৰত ৫৫ হাজাৰ যুৱক–যুৱতীলৈ চৰকাৰী চাকৰি

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত ৮৫ হাজাৰ যুৱক–যুৱতীয়ে লাভ কৰিলে চাকৰিঃ হিমন্ত বিশ্ব শৰ্মা
সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত ৮৫ হাজাৰ যুৱক–যুৱতীয়ে লাভ কৰিলে চাকৰিঃ হিমন্ত বিশ্ব শৰ্মা
- News18 Assam
- Last Updated: March 6, 2020, 4:56 PM IST
ইয়াৰ উপৰিও মন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে, ৰাজ্যখনৰ ১ লাখ ৮৮ হাজাৰ ৫৫৮গৰাকী যুৱক–যুৱতীলৈ স্কীলৰ প্ৰশিক্ষণ আগবঢ়োৱা হৈছে। তাৰে ৮২,৬০৮গৰাকী যুৱকে নিযুক্তি পাবলৈ সক্ষম হৈছে।চৰকাৰী খণ্ডত ৩৮ হাজাৰ যুৱক–যুৱতীক চাকৰি দিবলৈ সক্ষম হৈছে।