• Home
  • »
  • News
  • »
  • assam
  • »
  • Breaking| OMR শ্বীটত পোৱা গৈছে ব্যাপক বিসংগতি, নতুনকৈ অনুষ্ঠিত হ'ব APDCLৰ পৰীক্ষা

Breaking| OMR শ্বীটত পোৱা গৈছে ব্যাপক বিসংগতি, নতুনকৈ অনুষ্ঠিত হ'ব APDCLৰ পৰীক্ষা

 এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

  • Share this:
'পুনৰ অনুষ্ঠিত হ'ব APDCLৰ পৰীক্ষা। ২০১৯ চনত অনুষ্ঠিত হোৱা APDCLৰ ফিল্ড এচিচটেণ্টৰ পৰীক্ষা বাতিল কৰা হৈছে। পৰীক্ষাত ব্যাপক খেলিমেলি হৈছিল। আজি গ্ৰেপ্তাৰ হোৱা ১০গৰাকী লোকে সহায় কৰিছিল ২৭৮ গৰাকী পৰীক্ষাৰ্থীক। OMR শ্বিটত পোৱা গৈছে ব্যাপক বিসংগতি।'- এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Published by:Himangshu Bhuyan
First published: