চাকৰি প্ৰাৰ্থীৰ বাবে ভাল খবৰঃ বহু কেইটা বিভাগত পদ খালী

বহু কেইটা চৰকাৰী বিভাগত খালী হৈছে পদ, আজিয়েই কৰক Apply
বহু কেইটা চৰকাৰী বিভাগত খালী হৈছে পদ, আজিয়েই কৰক Apply
- News18 Assam
- Last Updated: February 8, 2020, 2:35 PM IST
১.DTE(কাৰিকৰী শিক্ষা সঞ্চালকায়) ত তৃতীয় বৰ্গৰ ২৪ টা কনিষ্ঠ সহায়কৰ লগতে অন্যান্য পদ খালী।
শিক্ষাগত অৰ্হতা– স্নাতক, উচ্চতৰ মাধ্যমিক।
বয়স– ১৮ৰ পৰা ৩৮ বছৰ।
অহা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া।
২. DTEত চতুৰ্থ বৰ্গৰ ৩০ টা পদ খালী।
বয়স– ১৮ৰ পৰা ৩৮ বছৰ।
শিক্ষাগত অৰ্হতা– অষ্টম শ্ৰেণী উত্তীৰ্ণ।
অহা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া।
৩. কামৰূপ উপায়ুক্ত কাৰ্যালয়ত ১৮টা মণ্ডলৰ পদ খলী
বয়স– ১৮ৰ পৰা ৩৮ বছৰ।
শিক্ষাগত অৰ্হতা– উচ্চ মাধ্যমিক উত্তীৰ্ণ, (ছমহীয়া “Recorders Course Class Certificate” বাধ্যতামূলক)
আবেদন প্ৰক্ৰিয়া– অফলাইন
অন্তিম তাৰিখ– ২৪ ফেব্ৰুৱাৰী,২০২০
৪.DTEত ৩৩ টা সহকাৰী অধ্যাপক আৰু জ্যেষ্ঠ Instructorৰ পদ খালী
১. সহকাৰী অধ্যাপক(কাৰিকৰী)
১৯ টা পদ খালী( চিভিল–৬, মেকানিকেল–৬ কম্পিউটাৰ–৬, ইলেক্ট্ৰিকেল–১ )
২. সহকাৰী অধ্যাপক
মুঠ খালী পদ– ৮টা( পদাৰ্থ বিজ্ঞান–২, ৰসায়ন বিজ্ঞান–২, গণিত–২, ইংৰাজী–১, কলা, বানিজ্য–১ )