চাকৰি প্ৰাৰ্থীলৈ সুখবৰ, অসম আৰক্ষীৰ লগতে অন্যান্য বহুকেইটা বিভাগত পদ খালী

চাকৰি প্ৰাৰ্থীলৈ সুখবৰ। ৰাজ্যৰ বহু কেইটা চৰকাৰী আৰু চৰকাৰী অধিকৃত বিভাগত খালী হৈছে পদ।
চাকৰি প্ৰাৰ্থীলৈ সুখবৰ। ৰাজ্যৰ বহু কেইটা চৰকাৰী আৰু চৰকাৰী অধিকৃত বিভাগত খালী হৈছে পদ।
- News18 Assam
- Last Updated: March 1, 2020, 5:12 PM IST

অসম আৰক্ষীত ১২৮৩টা পদ খালী
১. Assam Police Radio Organization
শিক্ষাগত আৰ্হতা– উচ্চতৰ মাধ্যমিক(বিজ্ঞান শাখা), পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত থকাটো বাধ্যতামূলক।
কনিষ্টবল(UB)– ৩টা পদ।
শিক্ষাগত অৰ্হতা– উচ্চতৰ মাধ্যমিক।
শিক্ষাগত অৰ্হতা– উচ্চতৰ মাধ্যমিক।
২. অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা( ১৮ৰ পৰা ২৫বছৰ)
সহকাৰী বিষয়া–৩টা পদ(বয়স– ২০ৰ পৰা ২৪ বছৰ)
শিক্ষাগত আৰ্হতা– উচ্চতৰ মাধ্যমিক(বিজ্ঞান শাখা), পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত থকাটো বাধ্যতামূলক।
ফায়াৰমেন–৪১০টা পদ(১৮ৰ পৰা ২৫ বছৰ)
শিক্ষাগত অৰ্হতা– উচ্চতৰ মাধ্যমিক(বিজ্ঞান শাখা)
জৰুৰীকালীন উদ্ধাৰকাৰী–৫৭টা পদ(১৮ৰ পৰা ২৫ বছৰ)
শিক্ষাগত অৰ্হতা–উচ্চতৰ মাধ্যমিক(বিজ্ঞান শাখা)
অবেদনৰ প্ৰক্ৰিয়া– অনলাইন
২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া।

২. সমগ্ৰ শিক্ষা অভিযানত পদ খালী–(বৰপেটা জিলা)
ৱাৰ্ডেন শিক্ষক– ২টা পদ
শিক্ষাগত অৰ্হতা– স্নাতক, বি এড ডিগ্ৰী, টেট উত্তীৰ্ণ
বয়স– ৩০ৰ পৰা ৪৫ বছৰ।
পূৰ্ণকালীন সহকাৰী শিক্ষক(কলা শাখা)– ৪টা পদ
শিক্ষাগত অৰ্হতা– স্নাতক, বি এড ডিগ্ৰী, টেট উত্তীৰ্ণ
বয়স– ১৮ৰ পৰা ৪৫ বছৰ।
পূৰ্ণকালীন সহকাৰী শিক্ষক(বিজ্ঞান শাখা)– ৪টা পদ
শিক্ষাগত অৰ্হতা– স্নাতক, বি এড ডিগ্ৰী, টেট উত্তীৰ্ণ
বয়স– ১৮ৰ পৰা ৪৫ বছৰ।

৩.DTE(কাৰিকৰী শিক্ষা সঞ্চালকায়) ত তৃতীয় বৰ্গৰ ২৪ টা কনিষ্ঠ সহায়কৰ লগতে অন্যান্য পদ খালী।
শিক্ষাগত অৰ্হতা– স্নাতক, উচ্চতৰ মাধ্যমিক।
আবেদনৰ প্ৰক্ৰিয়া – অনলাইন।
বয়স– ১৮ৰ পৰা ৩৮ বছৰ।
অহা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া।
৪.DTEত চতুৰ্থ বৰ্গৰ ৩০ টা পদ খালী।
আবেদনৰ প্ৰক্ৰিয়া– অনলাইন।
বয়স– ১৮ৰ পৰা ৩৮ বছৰ।
শিক্ষাগত অৰ্হতা– অষ্টম শ্ৰেণী উত্তীৰ্ণ।
অহা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া।
৬.DTEত ৩৩ টা সহকাৰী অধ্যাপক আৰু জ্যেষ্ঠ Instructorৰ পদ খালী
১. সহকাৰী অধ্যাপক(কাৰিকৰী)
১৯ টা পদ খালী( চিভিল–৬, মেকানিকেল–৬ কম্পিউটাৰ–৬, ইলেক্ট্ৰিকেল–১ )
২. সহকাৰী অধ্যাপক
মুঠ খালী পদ– ৮টা( পদাৰ্থ বিজ্ঞান–২, ৰসায়ন বিজ্ঞান–২, গণিত–২, ইংৰাজী–১, কলা, বানিজ্য–১ )