আপোনাৰ বাবে আছে বহুকেইটা ভাল খবৰ, অতি শীঘ্ৰে কৰক আবেদন

বহু কেইটা চৰকাৰী বিভাগত খালী হৈছে পদ, আজিয়েই কৰক Apply
বহু কেইটা চৰকাৰী বিভাগত খালী হৈছে পদ, আজিয়েই কৰক Apply
- News18 Assam
- Last Updated: December 28, 2019, 11:04 AM IST
বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষক আৰু গ্ৰন্থগাৰিকৰ পদ খালী–
শিক্ষাগত অৰ্হতা– স্নাতক/ স্নাতকোত্তৰ। বি এড ডিগ্ৰী থাকিলে দিয়া হ’ব অগ্ৰাধিকাৰ
আবেদনৰ প্ৰক্ৰিয়া– অফলাইন।
www.vkspv.org, tinsukia.vkv.in, dibrugarh.vkv.in, www.vkendra.org. এই কেইটা লিংকৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব আবেদন ফৰ্ম।
শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ত পদ খালী–
শিক্ষাগত অৰ্হতা– স্নাতক উত্তীৰ্ণ/ নূন্যতম ছমহীয়া কম্পিউটাৰ ডিপ্লমা
অনলাইনৰ জৰিয়তে আবেদন।
আবেদনৰ অন্তিম তাৰিখ– ১৪ জানুৱাৰী, ২০২০
SSC CHSL 10+2 Online Form 2020
১.পদ মুকলি হৈছে লৱাৰ ডিভিজন ক্লাৰ্ক আৰু জুনিয়ৰ চেক্ৰেটেৰীয়েট এচিচটেণ্ট।
২. পষ্টেল এচিচটেণ্ট আৰু চৰ্টিং এচিচটেণ্ট।
৩. ডাটা এন্ট্ৰি অপাৰেটৰ
আবেদনৰ অন্তিম তাৰিখ– ১০ জানুৱাৰী, ২০২০।
আবেদনৰ মাছুল– ১০০ টকা।
অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন।
শিক্ষাগত অৰ্হতা– উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।
CBSE Recruitment 2019– বিভিন্ন বিভাগত ৩৫৭ টা পদ খালী
আবেদন প্ৰক্ৰিয়াৰ আৰম্ভ হোৱা তাৰিখ– ১৬ ডিচেম্বৰ ২০১৯।
আবেদনৰ অন্তিম তাৰিখ– ১৬ জানুৱাৰী ২০২০।
শিক্ষাগত অৰ্হতা– পদ অনুসৰি অৰ্হতা বেলেগ বেলেগ।
পদ সমূহ–
১. সহকাৰী সচিব– ১৪ টা পদ। (স্নাতক উত্তীৰ্ণ)
২. ছিনিয়ৰ এচিচটেণ্ট– ৬০ টা পদ( স্নাতক উত্তীৰ্ণ)
৩.একাউটেণ্ট– ৬ টা পদ।(স্নাতক উত্তীৰ্ণ)
৪. কণিষ্ঠ সহায়ক– ২০৪ টা পদ, (উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ)
৫. জুনিয়ৰ একাউণ্ট– ১৯ টা পদ,(স্নাতক উত্তীৰ্ণ)
অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব।
অসম আৰক্ষীত চাকৰি
কনিষ্টবল, Armed আৰু Unarmed ব্ৰাঞ্চ– মুঠ খালী পদ ৬৬৬২ টা।
আবেদনৰ অন্তিম তাৰিখ– ৬ জানুৱাৰী, ২০২০
শিক্ষাগত অৰ্হতা– উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক।
আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮ ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব।
অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন।
অসম চৰকাৰৰ জলসিঞ্চন বিভাগত পদ খালী
মুঠ খালী হোৱা পদৰ সংখ্যা– ৬৪৩ টা।
চাব অৰ্ডিনেট ইঞ্জিনিয়াৰ(চিভিল)– ২১ টা পদ।
শিক্ষাগত অৰ্হতা– নূন্যতম চিভিল ইঞ্জিনিয়েৰিঙত তিনি বছৰীয়া ডিপ্লমা।
চাব অৰ্ডিনেট ইঞ্জিনিয়াৰ(মেকানিকেল)
শিক্ষাগত অৰ্হতা–নূন্যতম মেকানিকেল ইঞ্জিনিয়েৰিঙত তিনি বছৰীয়া ডিপ্লমা।
কনিষ্ঠ সহায়ক(HOD)– ২৩ টা পদ
কনিষ্ঠ সহায়ক(জিলা পৰ্যায়ত)–১৫৯ টা পদ
শিক্ষাগত অৰ্হতা– স্নাতক আৰু নূন্যতম ছমহীয়া কম্পিউটাৰ ডিপ্লমা চাৰ্টিফিকেট।
চেকচন সহায়ক– ৩৯৭ টা পদ
শিক্ষাগত অৰ্হতা– উচ্চতৰ মাধ্যমিক
আবেদনৰ অন্তিম তাৰিখ– ৮ জানুৱাৰী, ২০২০