ভাল খবৰ, বহু কেইটা চৰকাৰী বিভাগত পদ খালী,সোনকালে কৰক APPLY

News18 Assam | News18-Assam
Updated:February 22, 2020, 1:38 PM IST
ভাল খবৰ, বহু কেইটা চৰকাৰী বিভাগত পদ খালী,সোনকালে কৰক APPLY
Source-Google

ৰাজ্যৰ বহু কেইটা চৰকাৰী আৰু চৰকাৰী অধিকৃত বিভাগত খালী হৈছে পদ।

  • Share this:
চাকৰি প্ৰাৰ্থীলৈ সুখবৰ। ৰাজ্যৰ বহু কেইটা চৰকাৰী আৰু চৰকাৰী অধিকৃত বিভাগত খালী হৈছে পদ।

অসম আৰক্ষীত ১২৮৩টা পদ খালী


১. Assam Police Radio Organization

আৰক্ষী কনিষ্টবল– ৮০২(Communication)টা পদ।
শিক্ষাগত আৰ্হতা– উচ্চতৰ মাধ্যমিক(বিজ্ঞান শাখা), পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত থকাটো বাধ্যতামূলক।

কনিষ্টবল(UB)– ৩টা পদ।
শিক্ষাগত অৰ্হতা– উচ্চতৰ মাধ্যমিক।

আৰক্ষী কনিষ্টবল(Messenger)–৭টা পদ
শিক্ষাগত অৰ্হতা– উচ্চতৰ মাধ্যমিক।

২. অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা( ১৮ৰ পৰা ২৫বছৰ)

সহকাৰী বিষয়া–৩টা পদ(বয়স– ২০ৰ পৰা ২৪ বছৰ)
শিক্ষাগত আৰ্হতা– উচ্চতৰ মাধ্যমিক(বিজ্ঞান শাখা), পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত থকাটো বাধ্যতামূলক।
ফায়াৰমেন–৪১০টা পদ(১৮ৰ পৰা ২৫ বছৰ)
শিক্ষাগত অৰ্হতা– উচ্চতৰ মাধ্যমিক(বিজ্ঞান শাখা)
জৰুৰীকালীন উদ্ধাৰকাৰী–৫৭টা পদ(১৮ৰ পৰা ২৫ বছৰ)
শিক্ষাগত অৰ্হতা–উচ্চতৰ মাধ্যমিক(বিজ্ঞান শাখা)

অবেদনৰ প্ৰক্ৰিয়া– অনলাইন
আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব– ২৫ ফেব্ৰুৱাৰীৰ পৰা।



২. সমগ্ৰ শিক্ষা অভিযানত পদ খালী–(বৰপেটা জিলা)[/caption]

ৱাৰ্ডেন শিক্ষক– ২টা পদ
শিক্ষাগত অৰ্হতা– স্নাতক, বি এড ডিগ্ৰী, টেট উত্তীৰ্ণ
বয়স– ৩০ৰ পৰা ৪৫ বছৰ।

পূৰ্ণকালীন সহকাৰী শিক্ষক(কলা শাখা)– ৪টা পদ
শিক্ষাগত অৰ্হতা– স্নাতক, বি এড ডিগ্ৰী, টেট উত্তীৰ্ণ
বয়স– ১৮ৰ পৰা ৪৫ বছৰ।

পূৰ্ণকালীন সহকাৰী শিক্ষক(বিজ্ঞান শাখা)– ৪টা পদ
শিক্ষাগত অৰ্হতা– স্নাতক, বি এড ডিগ্ৰী, টেট উত্তীৰ্ণ
বয়স– ১৮ৰ পৰা ৪৫ বছৰ।



৩.DTE(কাৰিকৰী শিক্ষা সঞ্চালকায়) ত তৃতীয় বৰ্গৰ ২৪ টা কনিষ্ঠ সহায়কৰ লগতে অন্যান্য পদ খালী।
শিক্ষাগত অৰ্হতা– স্নাতক, উচ্চতৰ মাধ্যমিক।
আবেদনৰ প্ৰক্ৰিয়া – অনলাইন।
বয়স– ১৮ৰ পৰা ৩৮ বছৰ।
অহা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া।

৪.DTEত চতুৰ্থ বৰ্গৰ ৩০ টা পদ খালী।
আবেদনৰ প্ৰক্ৰিয়া– অনলাইন।
বয়স– ১৮ৰ পৰা ৩৮ বছৰ।
শিক্ষাগত অৰ্হতা– অষ্টম শ্ৰেণী উত্তীৰ্ণ।
অহা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া।

৫.কামৰূপ উপায়ুক্ত কাৰ্যালয়ত ১৮টা মণ্ডলৰ পদ খালী
বয়স– ১৮ৰ পৰা ৩৮ বছৰ।
শিক্ষাগত অৰ্হতা– উচ্চ মাধ্যমিক উত্তীৰ্ণ, (ছমহীয়া “Recorders Course Class Certificate” বাধ্যতামূলক)
আবেদন প্ৰক্ৰিয়া– অফলাইন
অন্তিম তাৰিখ– ২৪ ফেব্ৰুৱাৰী,২০২০

৬.DTEত ৩৩ টা সহকাৰী অধ্যাপক আৰু জ্যেষ্ঠ Instructorৰ পদ খালী

১. সহকাৰী অধ্যাপক(কাৰিকৰী)
১৯ টা পদ খালী( চিভিল–৬, মেকানিকেল–৬ কম্পিউটাৰ–৬, ইলেক্ট্ৰিকেল–১ )
২. সহকাৰী অধ্যাপক
মুঠ খালী পদ– ৮টা( পদাৰ্থ বিজ্ঞান–২, ৰসায়ন বিজ্ঞান–২, গণিত–২, ইংৰাজী–১, কলা, বানিজ্য–১ )
Published by: Himangshu Bhuyan
First published: February 22, 2020, 1:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading