মুখ্যপৃষ্ঠা »খবৰ »অসম »আজি স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰি ৰাজ্য চৰকাৰে

আজি স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰি ৰাজ্য চৰকাৰে

১২০৮টা পদৰ ভিতৰত ১১৩৬টা পদ স্বাস্থ্য বিভাগৰ আৰু ৭২টা পদ গৃহ বিভাগৰ।

১২০৮টা পদৰ ভিতৰত ১১৩৬টা পদ স্বাস্থ্য বিভাগৰ আৰু ৭২টা পদ গৃহ বিভাগৰ।

  • Share this:
আজি পুনৰ ৰাজ্য চৰকাৰে প্ৰদান কৰিব নিযুক্তি পত্ৰ। স্বাস্থ্য আৰু আৰক্ষী বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব চৰকাৰে। এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।

১২০৮টা পদৰ ভিতৰত ১১৩৬টা পদ স্বাস্থ্য বিভাগৰ আৰু ৭২টা পদ গৃহ বিভাগৰ। অসম চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ এই নিযুক্তি প্ৰক্ৰিয়া। বৰ্তমানলৈকে ৪১৭১০টা পদত নিযুক্তি দিছে অসম চৰকাৰে৷

শেহতীয়া বাতৰি