உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ১ লাখ নিবনুৱালৈ চৰকাৰী চাকৰি কেতিয়া? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

    ১ লাখ নিবনুৱালৈ চৰকাৰী চাকৰি কেতিয়া? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

    নিৰ্ধাৰিত সময়ত নিযুক্তি প্ৰদানৰ লক্ষ্য চৰকাৰৰ।

    নিৰ্ধাৰিত সময়ত নিযুক্তি প্ৰদানৰ লক্ষ্য চৰকাৰৰ।

    নিৰ্ধাৰিত সময়ত নিযুক্তি প্ৰদানৰ লক্ষ্য চৰকাৰৰ।

    • Share this:
    নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ ১ লাখ শিক্ষিত নিবনুৱালৈ চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ দায়বদ্ধ ৰাজ্য চৰকাৰ। শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

    নিৰ্ধাৰিত সময়ত নিযুক্তি প্ৰদানৰ লক্ষ্য চৰকাৰৰ। বৈঠকৰ সিদ্ধান্ত অনুসৰি, ১ লাখ নিযুক্তিৰ বাবে গঠন হ’ব সুকীয়া আয়োগ। মুৰব্বীৰ পদত থাকিব অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ বিষয়া।নিযুক্তি আয়োগে ল’ব ৩য়, ৪ৰ্থ বৰ্গৰ নিযুক্তিৰ দায়িত্ব।

    সেইদৰে অভিযান্ত্ৰিক চাকৰিৰ বাবে APSCৰ দ্বাৰা হ’ব পৰীক্ষা। APSCয়ে নিযুক্তিৰ বাবে অনুষ্ঠিত কৰিব COMBINED RECRUITMENT পৰীক্ষা।  বৈঠকখনত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা, মুখ্য সচিব  জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে ৷
    Published by:Himangshu Bhuyan
    First published: