ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা কৰ্কট, হৃদৰোগ অস্ত্ৰোপচাৰ, বৃক্ক সংৰোপণৰ বাবে যোৱা ৰোগীক চৰকাৰে দিব সাহায্য

ৰাজ্য চৰকাৰে যোগাযোগৰ বাবে মুকলি কৰিছে ফোন নম্বৰ
ৰাজ্য চৰকাৰে যোগাযোগৰ বাবে মুকলি কৰিছে ফোন নম্বৰ
- News18 Assam
- Last Updated: April 11, 2020, 10:02 AM IST
ৰোগীসকলক ৰাজ্যচৰকাৰৰ সৈতে ০৩৬১-২৫৫৮৯৫৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘চৰকাৰে এই ক্ষেত্ৰত যাৱতীয় পৰীক্ষা কৰিব আৰু তাৰ পিছত ৰোগীজনে ৬৯০১২-৮১৮৬২ নম্বৰত হোৱাটছ-এপযোগে বেংকৰ সবিশেষ পঠিয়াব লাগিব আৰু চৰকাৰে সেই একাউণ্ট নম্বৰতে সাহায্য আগবঢ়াব। উল্লেখযোগ্য যে, বৰ্তমান মুম্বাইৰ অসম ভৱনত ১৫০ গৰাকী কৰ্কট ৰোগী আবদ্ধ হৈ আছে।