• Home
  • »
  • News
  • »
  • assam
  • »
  • কঠোৰ শিক্ষা বিভাগ! ইয়াতকৈ অধিক মাছুল ল’ব নোৱাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়-মহাবিদ্যালয়ে

কঠোৰ শিক্ষা বিভাগ! ইয়াতকৈ অধিক মাছুল ল’ব নোৱাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়-মহাবিদ্যালয়ে

Source-Google

Source-Google

এতিয়াৰ পৰা নিজৰ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বঢ়াব নোৱাৰিব মাছুল।

  • Share this:
এতিয়াৰ পৰা নিজৰ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বঢ়াব নোৱাৰিব মাছুল। ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাছুল। এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰিছে স্পষ্ট নিৰ্দেশনা।

সেইদৰে ব্যক্তিগতখণ্ডৰ মহাবিদ্যালয় সমূহৰ বাবেও ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে মাছুল। বাৰ্ষিক মাচুলত থাকিব বিদ্যালয়ৰ সকলো খৰচ।  অহা বৰ্ষৰ পৰা প্ৰযোজ্য হ’ব নতুন নিৰিখ।

নিৰ্ধাৰণ কৰি দিয়া মাছুল(বাৰ্ষিক হিচাপত)

  • প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চমলৈ ২৭.০০০ টকা

  • ষষ্ঠৰ পৰা দশমলৈ ৩২,০০০ টকা

  • বিজ্ঞান শাখাত ৩৭,০০০ টকা

  • কলা শাখাত ৩২,০০০ টকা

  • বাণিজ্য শাখাত ৩৩,০০০ টকা

  • অন্যান্য শাখাত ৩৫,০০০ টকা

Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি