মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Singer Arun Das : কোভিড আক্ৰান্ত অৰুণ দাসলৈ ৰাজ্য চৰকাৰৰ সহায়ৰ হাত। প্ৰদান কৰিলে ১ লাখ টকাৰ চেক।

Singer Arun Das : কোভিড আক্ৰান্ত অৰুণ দাসলৈ ৰাজ্য চৰকাৰৰ সহায়ৰ হাত। প্ৰদান কৰিলে ১ লাখ টকাৰ চেক।

News18 Assam | News18-Assam
Updated:May 19, 2021, 10:48 AM IST
Singer Arun Das : কোভিড আক্ৰান্ত অৰুণ দাসলৈ ৰাজ্য চৰকাৰৰ সহায়ৰ হাত। প্ৰদান কৰিলে ১ লাখ টকাৰ চেক।
সংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই অৰুণ দাসক দিলে ১ লাখ টকাৰ চেক। ।

সংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই অৰুণ দাসক দিলে ১ লাখ টকাৰ চেক। ।

  • Share this:


গায়ক অৰুণ দাসলৈ চৰকাৰৰ সাহায্য। শিল্পীগৰাকীক ১লাখ টকা আৰ্থিক সাহায্য আগবঢ়ায় চৰাকাৰে। কোভিড আক্ৰান্ত অৰুণ দাসৰ বাসগৃহত উপস্থিত সংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই আগবঢ়ায় আৰ্থিক সাহায্যৰ চেক। ।

কিছুদিন পূৰ্বে অৰুণ দাস আৰু তেওৰ পত্নী আক্ৰান্ত হৈছিল কোভিডত। সম্প্ৰতি পতি-পত্নী দুয়ো কোভিড নিগেটিভ হৈ ঘৰলৈ উভতিছে। জুবিন গাৰ্গ আৰু জয়ন্ত কাকতিৰ উদ্যোগত মঙলবাৰে হাস্পতালৰ পৰা নিজ গৃহলৈ উভতিছিল অৰুণ দাস।



আৰ্থিক দৈন্যত ভোগা শিল্পী, কলা-কুশলীক চৰকাৰে সাহায্য আগবঢ়াব বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ। অৰুণ দাসক শিল্পী পেন্সন দিয়া হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ।



Published by: Manjumoni Borah
First published: May 19, 2021, 10:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি