অখিল গগৈৰ চিকিত্‍সাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিলে বৰ্ড

News18 Assam | News18-Assam
Updated:July 11, 2020, 10:37 PM IST
অখিল গগৈৰ চিকিত্‍সাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিলে বৰ্ড
Photo : Telegraph India

NEWS18ক এই কথা জনালে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই

  • Share this:
কোৰোণাত আক্ৰান্ত হ’ল কৃষক নেতা অখিল গগৈক। শণিবাৰে অখিল গগৈৰ দেহত ধৰা পৰে কোৰোণাৰ অৱস্থিতি। অখিল গগৈৰ দেহত কোৰোণা ধৰা পৰাৰ পিছতে এতিয়া গগৈৰ চিকিত্‍সাৰ বাবে এখন বৰ্ড গঠন কৰিছে ৰাজ্য চৰকাৰে। বৰ্ডত আছে ৫ গৰাকী চিকিৎসক। বৰ্ডৰ নেতৃত্বত  GMCHৰ প্ৰাক্তন অধ্যক্ষ ডাঃ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী।  বৰ্ডৰ বাকী চিকিত্‍সক ক্ৰমে,  GMCHৰ  ডাঃ বসন্ত হাজৰিকা আৰু ডাঃ সংগীত দত্ত, হেল্থ চিটীৰ ডাঃ ব্ৰজেন লহকৰ আৰু এপ’ল’ৰ ডাঃ নীলম খাউণ্ড। এই কথা NEWS18ক এই কথা জনালে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই।
Published by: Himangshu Bhuyan
First published: July 11, 2020, 10:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading