• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৰোণাৰ সংকটৰ মাজতো চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ, ৰাজ্যৰ বিত্ত বিভাগে দিলে এই ভাল খবৰ

কোৰোণাৰ সংকটৰ মাজতো চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ, ৰাজ্যৰ বিত্ত বিভাগে দিলে এই ভাল খবৰ

ফাইল ফটো

ফাইল ফটো

জুলাই মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব জুন মাহৰ দৰমহা

  • Share this:
ল’ক ডাউন আৰু কোৰোণাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যিক কৰ্মাচাৰীলৈ ভাল খবৰ। এই ভাল খবৰ দিছে ৰাজ্যৰ বিত্ত বিভাগে। জুলাই মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব জুন মাহৰ দৰমহা। আনকি পেন্সনাৰ সকলেও একে সময়তে লাভ কৰিব পেন্সন। ইতিমধ্যে  বিত্ত বিভাগে এই সন্দৰ্ভত প্ৰতিখন জিলাৰ কোষাগাৰলৈ জাৰি কৰিছে নিৰ্দেশনা। যোৱা ২৮ জুনত জাৰি কৰা হৈছে এই নিৰ্দেশনা।

 

 

 

 

 
First published: