জুলাই মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব জুন মাহৰ দৰমহা
ল’ক ডাউন আৰু কোৰোণাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যিক কৰ্মাচাৰীলৈ ভাল খবৰ। এই ভাল খবৰ দিছে ৰাজ্যৰ বিত্ত বিভাগে। জুলাই মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব জুন মাহৰ দৰমহা। আনকি পেন্সনাৰ সকলেও একে সময়তে লাভ কৰিব পেন্সন। ইতিমধ্যে বিত্ত বিভাগে এই সন্দৰ্ভত প্ৰতিখন জিলাৰ কোষাগাৰলৈ জাৰি কৰিছে নিৰ্দেশনা। যোৱা ২৮ জুনত জাৰি কৰা হৈছে এই নিৰ্দেশনা।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|