মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কোভিডৰ দুয়োটা ডোজ ভেকচিন লোৱা চৰকাৰী কৰ্মচাৰীয়ে সোমবাৰৰ পৰা যোগদান কৰিব লাগিব কাৰ্যালয়ত, জাৰি কৰিলে নিৰ্দেশনা

কোভিডৰ দুয়োটা ডোজ ভেকচিন লোৱা চৰকাৰী কৰ্মচাৰীয়ে সোমবাৰৰ পৰা যোগদান কৰিব লাগিব কাৰ্যালয়ত, জাৰি কৰিলে নিৰ্দেশনা

News18 Assam | News18-Assam
Updated:June 13, 2021, 1:10 PM IST
কোভিডৰ দুয়োটা ডোজ ভেকচিন লোৱা চৰকাৰী কৰ্মচাৰীয়ে সোমবাৰৰ পৰা যোগদান কৰিব লাগিব কাৰ্যালয়ত, জাৰি কৰিলে নিৰ্দেশনা
file image

কোৰোণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

  • Share this:
ৰাজ্যজুৰি চলি আছে কোৰোণাৰ ভেকচিনেশ্যন প্ৰগ্ৰেম। দিনে নিশাই ব্যস্ত হৈ পৰিছে স্বাস্থ্যকৰ্মীসকল। সেইদৰে ৰাজ্যত হ্ৰাস পাইছে কোৰোণাৰ সংক্ৰমণ। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা।

যিসকল চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে কোৰোণাৰ দুয়োটা ডোজ ভেকচিন লৈছে, সেইসকল কৰ্মচাৰীয়ে অহা সোমবাৰৰ পৰা অর্থাৎ ১৪ জুনৰ পৰা নিজ কাৰ্যালয়ত যোগদান কৰিব লাগিব।



কোৰোণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: June 13, 2021, 1:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি