உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam By Election: ৩০ অক্টোবৰত স্থানীয় বন্ধ ঘোষণা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫ বিধানসভা সমষ্টিত

    Assam By Election: ৩০ অক্টোবৰত স্থানীয় বন্ধ ঘোষণা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫ বিধানসভা সমষ্টিত

    অহা ৩০ অক্টোবৰত গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিৰ উপ–নির্বাচন অনুষ্ঠিত হ’ব ৷

    • Share this:
    ৰাজ্যত এতিয়া তীব্ৰতৰ হৈ পৰিছে উপ নিৰ্বাচনৰ বতাহ। শাসক-বিৰোধী প্ৰতিটো দলেই দলীয় প্ৰাৰ্থীৰ হৈ চলাই আছে প্ৰচাৰ অভিযান। নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত সকলোতকৈ আগত আছে শাসনাধিষ্ঠ বিজেপি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰায় শীৰ্ষস্থানীয় সকলো নেতা-মন্ত্ৰীয়েই দিন ৰাতি একাকাৰ কৰি আটাইকেইটা সমষ্টিতে চলাই আছে প্ৰচাৰ।

    অহা ৩০ অক্টোবৰত গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিৰ উপ–নির্বাচন অনুষ্ঠিত হ’ব ৷ উপ নিৰ্বাচনৰ ভোটদানৰ বাবে আটাইকেইটা সমষ্টিতে স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

    ৩০ তাৰিখৰ দিনটোত মৰিয়নি, থাওৰা, গোসাঁইগাওঁ, তামুলপুৰ আৰু ভৱানীপুৰ বিধানসভা সমষ্টিত চৰকাৰী–বেচৰকাৰী কার্যালয়, শিক্ষানুষ্ঠানৰ লগতে কল–কাৰখানা, চাহ বাগিচা, ব্যৱসায়িক প্রতিষ্ঠান আদি বন্ধ থাকিব৷
    Published by:Himangshu Bhuyan
    First published: