உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Bhogali Bihu : সলনি হ’ল ভোগালী বিহুক লৈ আৰোপ কৰা বাধা–নিষেধ, ১০ বজাৰ পৰিৱৰ্তে কিমান বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন

    Bhogali Bihu : সলনি হ’ল ভোগালী বিহুক লৈ আৰোপ কৰা বাধা–নিষেধ, ১০ বজাৰ পৰিৱৰ্তে কিমান বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন

    কোনোপধ্যে ভেলাঘৰৰ তলত থাকিবলৈ দিয়া নহ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

    কোনোপধ্যে ভেলাঘৰৰ তলত থাকিবলৈ দিয়া নহ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

    কোনোপধ্যে ভেলাঘৰৰ তলত থাকিবলৈ দিয়া নহ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

    • Share this:
    ভোগালী বিহুক লৈ সান্ধ্য আইনৰ শিথিলতা। উৰুকাৰ নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজাত সান্ধ্য আইন আৰম্ভ হ’ব। বিপৰীতে পুৱা ৬ বজাৰ পৰিৱৰ্তে ৪ বজাত শেষ হ’ব সান্ধ্য আইন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ভেলাঘৰত কোনোপধ্যে থাকিব দিয়া নহ’ব। কোভিড হ’লে অসমীয়া যুৱকৰ হ’ব। যিসকলে ভেলাঘৰত থকাৰ সমৰ্থন কৰে তেওঁলোক অসমবিৰোধী। ৩১ ডিচেম্বৰ, ১ জানুৱাৰী অসমীয়াই পালন কৰা নাছিল নেকি?’’ জোনাইৰ বৰভোজৰ বাবে সকীয়নি মন্ত্ৰী ৰণোজ পেগুক। কিয় কোভিড নীতি ভংগ কৰি বৰভোজৰ আয়োজন কৰিছিল।
    Published by:Sanjay Kumar Das
    First published: