
file image
বুধবাৰে কইনাধৰাত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক।
বুধবাৰে কইনাধৰাত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
- অসমৰ গৌৰৱ international boxing and archery champion যমুনা বড়ো (২০১৯) আৰু সঞ্জয় বড়োলৈ (২০১৪) একচাইজ inspector (অৱকাৰী অধীক্ষক) পদ।
- শিলচৰ মেডিকেল কলেজৰ নিউৰ' চার্জন হিচাপে নিযুক্তি সম্বোদৰ ধৰক।
- আদিবাসী আৰু চাহ জনগোষ্ঠীৰ আহ্বান মৰ্মে ওৰাং অভয়াৰণ্যৰ নাম ৰাজীৱ গান্ধী নাম প্ৰত্যাহাৰ।
- কোভিডৰ বাবে ৬৬০ কোটি টকাৰ অনুমোদন।
- কেভিডত মৃত্যু মুখত পৰা ব্যক্তিৰ ক্ষেত্ৰত তিনিখন আঁচনি। কোভিডত যদি কোনো শিশুৰ পিতৃ মাতৃ ঢুকাই তেন্তে তেওঁৰ নামত ৭.৫ লাখ টকাৰ ফিক্স ডিপজিট।
- কোভিডত স্বামী হাৰা পত্নীলৈ ১ লাখ টকা।
- কোভিডত মৃত্যু হোৱা লোকৰ বাবে নতুন আচনি *প্ৰাৰ্থনা । এই আচঁনিৰ অধিনলৈ আহিব প্ৰায় ৬০০০ লোক ।
- কভিডত মৃত্যু হোৱা দুখীয়া লোকৰ নিকততম আত্মীয়ই পাব ১ লাখ টকাৰ এক কালিন সাহায্য ।
- ইয়াৰ আগতেও কভিড ত মৃত্যু হোৱা লোকৰ বাবে আছিল দুখন আঁচনি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|