உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Government Cabinet Meeting: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ নাম প্ৰত্যাহাৰ, লগতে বহুখিনি সিদ্ধান্ত...

    Assam Government Cabinet Meeting: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ নাম প্ৰত্যাহাৰ, লগতে বহুখিনি সিদ্ধান্ত...

    file image

    file image

    বুধবাৰে কইনাধৰাত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক।

    • Share this:
    বুধবাৰে কইনাধৰাত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    •  অসমৰ গৌৰৱ international boxing and archery champion যমুনা বড়ো (২০১৯) আৰু সঞ্জয় বড়োলৈ (২০১৪) একচাইজ inspector (অৱকাৰী অধীক্ষক) পদ।

    • শিলচৰ মেডিকেল কলেজৰ নিউৰ' চার্জন হিচাপে নিযুক্তি সম্বোদৰ ধৰক।

    •  আদিবাসী আৰু চাহ জনগোষ্ঠীৰ আহ্বান মৰ্মে ওৰাং অভয়াৰণ্যৰ নাম ৰাজীৱ গান্ধী নাম প্ৰত্যাহাৰ।

    • কোভিডৰ বাবে ৬৬০ কোটি টকাৰ অনুমোদন।

    • কেভিডত মৃত্যু মুখত পৰা ব্যক্তিৰ ক্ষেত্ৰত তিনিখন আঁচনি। কোভিডত যদি কোনো শিশুৰ পিতৃ মাতৃ ঢুকাই তেন্তে তেওঁৰ নামত ৭.৫ লাখ টকাৰ ফিক্স ডিপজিট।

    • কোভিডত স্বামী হাৰা পত্নীলৈ ১ লাখ টকা।

    • কোভিডত মৃত্যু হোৱা লোকৰ বাবে নতুন আচনি *প্ৰাৰ্থনা । এই আচঁনিৰ অধিনলৈ আহিব প্ৰায় ৬০০০ লোক ।

    • কভিডত মৃত্যু হোৱা দুখীয়া লোকৰ নিকততম আত্মীয়‌ই পাব ১ লাখ টকাৰ এক কালিন সাহায্য ।

    • ইয়াৰ আগতেও কভিড ত মৃত্যু হোৱা লোকৰ বাবে আছিল দুখন আঁচনি।

    Published by:Himangshu Bhuyan
    First published: