• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Government Cabinet Meeting: মাইক্ৰফাইনেন্সৰ লোন মাফৰ বাবে ল'লে এই সিদ্ধান্ত...

Assam Government Cabinet Meeting: মাইক্ৰফাইনেন্সৰ লোন মাফৰ বাবে ল'লে এই সিদ্ধান্ত...

কোৰোণা পৰিস্থিতিৰ সন্দৰ্ভত কাইলৈ ১১ বজাত মুখ্য সচিবে সংবাদমেল সম্বোধন কৰিব।

কোৰোণা পৰিস্থিতিৰ সন্দৰ্ভত কাইলৈ ১১ বজাত মুখ্য সচিবে সংবাদমেল সম্বোধন কৰিব।

কোৰোণা পৰিস্থিতিৰ সন্দৰ্ভত কাইলৈ ১১ বজাত মুখ্য সচিবে সংবাদমেল সম্বোধন কৰিব।

  • Share this:

  • আজি অনুষ্ঠিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষাত প্ৰথমখন কেবিনেট বৈঠক।

  • কেবিনেট বৈঠকৰ পিছতে সংবাদমেলক সম্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই।

  • প্ৰতিগৰাকী মন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে দুখনকৈ জিলা নিৰ্ধাৰণ কৰি দিব। আৰু জিলাকেইখনত উপস্থিত হৈ কোৰোণাৰ পৰিস্থিতি পৰ্যালোচনা কৰিব লাগিব। ৩ দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব লাগিব।

  • ১ লাখ চাকৰি নিযুক্তি দিয়া হ'ব। তাৰ বাবে এখন কমিটী গঠন কৰা হৈছে। বিত্তমন্ত্ৰী অজন্তা নেওগ অধ্যক্ষা কমিটীখনৰ। এমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ কৰিব।

  • মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভত মন্ত্ৰী অশোক সিংঘালক সভাপতি হিচাপে এখন কমিটী গঠন কৰা হৈছে। এমাহৰ ভিতৰত কমিটীখনে দাখিল কৰিব লাগিব প্ৰতিবেদন।

  • কোৰোণা পৰিস্থিতিৰ সন্দৰ্ভত কাইলৈ ১১ বজাত মুখ্য সচিবে সংবাদমেল সম্বোধন কৰিব।

  • ৩ মিলিয়ন টনৰ পৰা ৯ মিলিয়ন লৈ উৎপাদন হ'ব NRLৰ।

  • NRLত ১২:৩% শ্বেয়াৰৰ ঠাইত ২৫ শতাংশ শ্বেয়াৰ কৰা হ'ব।

Published by:Himangshu Bhuyan
First published: