বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ নতুন নামাকৰণ। এতিয়াৰ পৰা বিভাগটোৰ নাম হ'ব বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগ।
গড়কাপ্তানী বিভাগ বা লোক নিৰ্মাণ বিভাগৰ কামৰ দায়িত্ব বাঢ়ি অহাৰ বাবে চৰকাৰে কিছু সিদ্ধান্ত লৈছে। পূৰ্বতে লোক নিৰ্মাণ বিভাগত আছিল মাত্ৰ ৫ট চাৰ্কোল।আৰু আঠটা নতুন চাৰ্কোল সৃষ্টি কৰা হৈছে। সেইদৰে অতিৰিক্ত ভাবে নতুনকৈ ২০টা ডিভিজন সৃষ্টি কৰা হ'ব। চাব ডিভিজনো সেইদৰে চাব ডিভিজন নতুনকৈ ২৮টা সৃষ্টি কৰা হৈছে। ইয়াৰ বাবে নতুন পদ সৃষ্টি হ'ব।