মুখ্যপৃষ্ঠা » খবৰ

» অসম

»CM Himanta Biswa Sarma Cabinet Meeting: নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ হ’ব ফাষ্টট্ৰেক কোৰ্টত, ১ ছেপ্তেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান, লগতে আন বহু সিদ্ধান্ত

CM Himanta Biswa Sarma Cabinet Meeting: নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ হ’ব ফাষ্টট্ৰেক কোৰ্টত, ১ ছেপ্তেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান, লগতে আন বহু সিদ্ধান্ত

News18 Assam | News18-Assam
Updated:August 26, 2021, 2:41 PM IST
CM Himanta Biswa Sarma Cabinet Meeting: নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ হ’ব ফাষ্টট্ৰেক কোৰ্টত, ১ ছেপ্তেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান, লগতে আন বহু সিদ্ধান্ত
file image

কেবিনেট বৈঠকৰ পিছত মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু ৰঞ্জিত দাসে সম্বোধন কৰে সংবামেল।

  • Share this:

  • আজি অনুষ্ঠিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক।

  • কেবিনেট বৈঠকৰ পিছত মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু ৰঞ্জিত দাসে সম্বোধন কৰে সংবামেল।


  • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ নতুন নামাকৰণ। এতিয়াৰ পৰা বিভাগটোৰ নাম হ'ব বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগ।

  • গড়কাপ্তানী বিভাগ বা লোক নিৰ্মাণ বিভাগৰ কামৰ দায়িত্ব বাঢ়ি অহাৰ বাবে চৰকাৰে কিছু সিদ্ধান্ত লৈছে। পূৰ্বতে লোক নিৰ্মাণ বিভাগত আছিল মাত্ৰ ৫ট চাৰ্কোল।আৰু আঠটা নতুন চাৰ্কোল সৃষ্টি কৰা হৈছে। সেইদৰে অতিৰিক্ত ভাবে নতুনকৈ ২০টা ডিভিজন সৃষ্টি কৰা হ'ব। চাব ডিভিজনো  সেইদৰে চাব ডিভিজন নতুনকৈ ২৮টা সৃষ্টি কৰা হৈছে। ইয়াৰ বাবে নতুন পদ সৃষ্টি হ'ব।

  • ফাষ্টট্ৰেক আদালতত হ'ব নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া।

  • ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হব শিক্ষানুষ্ঠানৰ আনলক প্ৰক্ৰিয়া।


Published by: Himangshu Bhuyan
First published: August 26, 2021, 2:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি