কেবিনেট বৈঠকত সিদ্ধান্ত, ২৫ শতাংশ বৃদ্ধি হ’ব বাছৰ ভাড়া, লোৱা হৈছে আৰু বহু গুৰুত্বপূৰ্ণ সিদ্ধন্ত!

জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্ত। বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সংবাদ মাধ্যমক সম্বোধন।

News18-Assam
Updated:October 22, 2019, 7:03 AM IST
কেবিনেট বৈঠকত সিদ্ধান্ত, ২৫ শতাংশ বৃদ্ধি হ’ব বাছৰ ভাড়া, লোৱা হৈছে আৰু বহু গুৰুত্বপূৰ্ণ সিদ্ধন্ত!
জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্ত। বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সংবাদ মাধ্যমক সম্বোধন।
News18-Assam
Updated: October 22, 2019, 7:03 AM IST
জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্ত। বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সংবাদ মাধ্যমক সম্বোধন।
কেবিনেটৰ সিদ্ধান্ত সমূহ:

১. বাছৰ ২৫% ভাড়া বৃদ্ধি।

২.ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিত প্ৰত্যেকগৰাকীক মাহে তিনিশ টকা কৈ দিয়া হব।

৩.নতুন ভূমি নীতি গ্ৰহণ। ভূমি হীন খিলঞ্জীয়াক তিনি বিঘাকৈ মাটি দিয়া হ’ব।

৪.অটল অমিত অভিযানে এতিয়া ৰ পৰা সামৰিব ICU ত থকা ৰোগীক।

৫.১২৭৭ টা নতুন পদ সৃষ্টি পঞ্চায়ত, গ্ৰামোন্নয়ন বিভাগত।

৬. গড়কাপ্তানী বিভাগত এতিয়াৰ পৰা প্ৰতিটো সমষ্টিত থাকিব এজনকৈ এচ ডি অ’।

৭.জাপানীজ এনকেফ্লাইটিছ ৰোগ সামৰি লব অটল অমৃত যোজনাত।
আৰু চাওক পৰৱৰ্তী বাতৰি