உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • APSC দিম বুলি ভাবি থকাসকলৰ বাবে ভাল খবৰ কঢ়িয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে, নাথাকিব কোনো ধৰণৰ Language Barrier

    APSC দিম বুলি ভাবি থকাসকলৰ বাবে ভাল খবৰ কঢ়িয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে, নাথাকিব কোনো ধৰণৰ Language Barrier

    তিনিটা বিশেষ চৰ্তত উঠাই লোৱা হ'ব ইংৰাজী আৰু অসমীয়া পেপাৰ।

    তিনিটা বিশেষ চৰ্তত উঠাই লোৱা হ'ব ইংৰাজী আৰু অসমীয়া পেপাৰ।

    তিনিটা বিশেষ চৰ্তত উঠাই লোৱা হ'ব ইংৰাজী আৰু অসমীয়া পেপাৰ।

    • Share this:

    • APSC দিম বুলি ভাবি থকাসকলৰ বাবে ভাল খবৰ কঢ়িয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে।

    • নাথাকিব কোনো ধৰণৰ Language Barrier।

    • তিনিটা বিশেষ চৰ্তত উঠাই লোৱা হ'ব ইংৰাজী আৰু অসমীয়া পেপাৰ।


    বিশেষ চৰ্ত কেইটা হ'লঃ

    • পৰীক্ষাৰ্থীজন অসমৰ স্থায়ী বাসিন্দা হব লাগিব।

    • নাম অসমৰ এমপ্লইমেণ্ট এক্সচেঞ্জত পঞ্জীয়নকৃত হব লাগিব।

    • অসমীয়া বা অন্যান্য অসমৰ স্বীকৃতিপ্ৰাপ্ত ভাষাত পাৰ্গত হ'ব লাগিব।

    Published by:Himangshu Bhuyan
    First published: