আকৌ নিবনুৱাৰ বাবে ভালখবৰ আনিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে, ৩১ আগষ্টত শিক্ষা বিভাগে ঘোষণা কৰিব বিশেষ SOP

File Photo
সংবাদমেলত উপস্থিত থাকি মন্ত্ৰী ৰঞ্জিত দাসে মাজুলী, বজালী, দক্ষিণ শালমৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩টা নতুন সংমণ্ডল খোলাৰ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে।
৩০ বা ৩১ আগষ্টত শিক্ষা বিভাগে ঘোষণা কৰিব বিশেষ SOP
সংবাদমেলত উপস্থিত থাকি মন্ত্ৰী ৰঞ্জিত দাসে মাজুলী, বজালী, দক্ষিণ শালমৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩টা নতুন সংমণ্ডল খোলাৰ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে।
কেশৱ মহন্তই সংবাদমেলত কয় যে,
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্তেম্বৰৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে পালন কৰিব, ক্ৰীড়া পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি।