• Home
  • »
  • News
  • »
  • assam
  • »
  • কমনৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক কাজিৰঙাত উষ্ম আদৰণি ...

কমনৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক কাজিৰঙাত উষ্ম আদৰণি ...

বাৰ্মিংহামত স্বৰ্ণজয় কৰি ইতিহাস সৃষ্টিকৰা লনবল খেলুৱৈ নয়নমণি শইকীয়াক কাজিৰঙাত উষ্ম আদৰণি।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা কহঁৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজন কৰা হয় সম্বৰ্ধনা অনুষ্ঠানৰ।

  • Share this:
বাৰ্মিংহামত স্বৰ্ণজয় কৰি ইতিহাস সৃষ্টিকৰা লনবল খেলুৱৈ নয়নমণি শইকীয়াক কাজিৰঙাত উষ্ম আদৰণি।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা কহঁৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজন কৰা হয় সম্বৰ্ধনা অনুষ্ঠানৰ। য'ত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় খেলুৱৈগৰাকীক।

কাজিৰঙাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা দল-সংগঠনে নয়নমণি শইকীয়াক সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ অনুষ্ঠানত নয়নমণিয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যথেষ্ট ত্যাগৰ বলত এই সফলতা তেওঁ লাভ কৰিছে। খেলুৱৈগৰাকীয়ে কয় জন্মস্থান গোলাঘাট জিলাতে থকা কাজিৰঙাক লৈ তেওঁ যথেষ্ট গৌৰৱ অনুভৱ কৰে লগতে কাজিৰঙাৰ সুৰক্ষাৰ বাবে দিনে ৰাতিয়ে কষ্ট স্বীকাৰ কৰা বন বিষয়া-বনকৰ্মীসকলৰো তেওঁ শলাগ লয়। ইপিনে বন বিভাগৰ সহকৰ্মীসকলৰ আজিৰ দিনটোত সাক্ষাৎ পাই তেওঁ আনন্দিত হৈ পৰে।ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ DFO ৰমেশ কুমাৰ গগৈয়ে কয় নয়নমণি শইকীয়া বন বিভাগৰ বাবে গৌৰৱ কিয়নো তেও বন বিভাগৰ বন সুৰক্ষা বাহিনীৰ এগৰাকী কৰ্মচাৰী।নিজা কৰ্তব্য আৰু দায়িত্বৰ মাজতো খেলৰ জৰিয়তে সোণৰ পদক লাভ কৰাত বন বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰী আজি গৌৰৱান্বিত।
Published by:Kokil Sarma
First published: