
Assam's Girl Body Found in Delhi: দিল্লীৰ ভাৰাঘৰৰ কোঠাৰ ভিতৰতে পিংকীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
Assam's Girl Body Found in Delhi: দিল্লীৰ ভাৰাঘৰৰ কোঠাৰ ভিতৰতে পিংকীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
দিল্লী (Delhi)ত অসমৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃত যুৱতীগৰাকীৰ নাম পিংকী বড়ো। কৰ্ম সূত্ৰে দিল্লীত আছিল যুৱতীগৰাকী ৷
যুৱতীগৰাকীৰ ঘৰ গোলাঘাটৰ ধনশিৰি মহকুমাৰ বচাপথাৰত। দিল্লীৰ ভাৰাঘৰৰ কোঠাৰ ভিতৰতে পিংকীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই পৰ্যন্ত মৃত্যুৰ কাৰণ আদিৰ বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|