• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Girl's Body Found in Delhi: দিল্লীত অসমৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ, কৰ্মসংস্থাপনৰ বাবে গৈছিল দিল্লীলৈ

Assam Girl's Body Found in Delhi: দিল্লীত অসমৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ, কৰ্মসংস্থাপনৰ বাবে গৈছিল দিল্লীলৈ

Assam's Girl Body Found in Delhi: দিল্লীৰ ভাৰাঘৰৰ কোঠাৰ ভিতৰতে পিংকীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

  • Share this:
দিল্লী (Delhi)ত অসমৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃত যুৱতীগৰাকীৰ নাম পিংকী বড়ো। কৰ্ম সূত্ৰে দিল্লীত আছিল যুৱতীগৰাকী ৷

যুৱতীগৰাকীৰ ঘৰ গোলাঘাটৰ ধনশিৰি মহকুমাৰ বচাপথাৰত। দিল্লীৰ ভাৰাঘৰৰ কোঠাৰ ভিতৰতে পিংকীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই পৰ্যন্ত মৃত্যুৰ কাৰণ আদিৰ বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি